ETV Bharat / state

বিহালী-বাঘমৰা মণ্ডল কমিটিৰ নিৰ্বাচন সম্পন্ন

সাংগঠনিক নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ভাষন প্ৰসংগত নৱ নিৰ্বাচিত সভাপতিক ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কাম কৰি যাবলৈ আহ্বান জনায় ৷

author img

By

Published : Oct 11, 2019, 11:55 PM IST

বিহালী-বাঘমৰা মণ্ডল কমিটিৰ নিৰ্বাচন সম্পন্ন

বিশ্বনাথ, 11 অক্টোবৰঃ বিজেপিৰ বিহালী মণ্ডল কমিটি আৰু বাঘমৰা মণ্ডল কমিটি সাংগঠনিক নিৰ্বাচন সম্পন্ন ৷ শাসনাধিষ্ট বিজেপি দলৰ বিহালী মণ্ডল কমিটি আৰু বাঘমৰা মণ্ডল সমিতিৰ সাংগঠনিক নিৰ্বাচন সভা খন শুক্ৰবাৰে পৃথক পৃথক স্থানত সম্পন্ন হৈ যায় । বাঘমৰা মণ্ডল বিজেপিৰ পূৰ্বৰ সভাপতি দধিৰাম শৰ্মাই পুনৰবাৰ বিনা প্ৰতিদ্বন্দিতাৰে বাঘমৰা মণ্ডল বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয় ।

সভাত বাঘমৰা মণ্ডল বিজেপিৰ অন্তৰ্গত ৭৪ জন বুথ সমিতিৰ সভাপতি-সম্পাদক বিশ্বনাথ জিলা বিজেপিৰ নিৰ্বাচনী বিষয়া শিৱ ভদ্ৰাই নিযুক্তি প্ৰদান কৰে । শুকুৰবাৰে সাংগঠনিক নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ভাষন প্ৰসংগত নৱ নিৰ্বাচিত সভাপতিক ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কাম কৰি যাবলৈ আহ্বান জনায় । উক্ত সাংগঠনিক নিৰ্বাচনত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতী, বিজেপি নেত্ৰী শেৱালী শৰ্মা, অসীম দাস,ৰঘুপতি বসু, ডম্বৰো উপাধ্যায়,সদানন্দ দত্ত, মহন মহন্তকে ধৰি প্ৰায় পাঁচ শতাধিক বিজেপিৰ দলীয় নেতা-কৰ্মী উপস্থিত থাকে ।

আনহাতে, বিহালী খণ্ড উন্নয়ন কাৰ্যালয় প্ৰেক্ষাগৃহত বিহালী মণ্ডল কমিটি নিৰ্বাচনী সভা খনো সম্পন্ন হয় । আগন্তুক তিনি বছৰ বাবে বিহালী মণ্ডল কমিটি সভাপতি হিচাপে দলে বৰগাং জিলা পৰিষদ সদস্য ৰঞ্জনজ্যোতি দাসক সভাপতি হিচাপে নিৰ্বাচন কৰে ।

Intro:as_biswanath_803_11_,oct_bjp_meeting_photo_scrpt_as10018Body:as_biswanath_803_11_,oct_bjp_meeting_photo_scrpt_as10018Conclusion:as_biswanath_803_11_,oct_bjp_meeting_photo_scrpt_as10018

বিজেপিৰ বিহালী মণ্ডল কমিটি আৰু বাঘমৰা
মণ্ডল কমিটি সাংগঠনিক নিৰ্বাচন সম্পন্ন

শাসনাধিষ্টিত বিজেপি দলৰ বিহালী মণ্ডল কমিটি আৰু
বাঘমৰা মণ্ডল সমিতিৰ সাংগঠনিক নিৰ্বাচন সভা খন শুক্ৰবাৰে পৃথক পৃথক স্থানত সম্পন্ন হৈ যায়।

  নিজ বাঘমাৰী শাৰদা হিন্দী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সাংগঠনিক নিৰ্বাচনত বিজেপিৰ বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া শিৱ ভদ্ৰাই সভাপতিত্ব কৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে বাঘমৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক প্ৰিন্স ভূঞাই। বাঘমৰা মণ্ডল বিজেপিৰ পূৰ্বৰ  সভাপতি দধিৰাম শৰ্মাই পুনৰবাৰ  বিনা প্ৰতিদ্বন্দিতাৰে বাঘমৰা মণ্ডল বিজেপিৰ নতুন  সভাপতি হিচাপে নিৰ্বাচিত হয়।
ইফালে এই সভাতে বাঘমৰা মণ্ডল বিজেপিৰ  অন্তৰ্গত  ৭৪ জন বুথ সমিতিৰ সভাপতি/  সম্পাদকক বিশ্বনাথ জিলা বিজেপিৰ নিৰ্বাচনী বিষয়া শিৱ ভদ্ৰাই নিযুক্তি প্ৰদান কৰে। আজিৰ এই সাংগঠনিক নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ভাষন প্ৰসংগত  নৱ নিৰ্বাচিত সভাপতিক ৰাইজৰ স্বাৰ্থত , ৰাইজৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কাম কৰি যাবলৈ আহবান জনায়। উক্ত সাংগঠনিক নিৰ্বাচনত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতী, বিজেপি নেত্ৰী শেৱালী শৰ্মা, অসীম দাস,ৰঘুপতি বসু, ডম্বৰো উপাধ্যায়,সদানন্দ দত্ত, মহন মহন্তকে ধৰি প্ৰায়  পাঁচ শতাধিক বিজেপিৰ  দলীয় নেতা- কৰ্মী উপস্থিত থাকে ।
    আনহাতে বিহালী খণ্ড উন্নয়ন কাৰ্যালয় প্ৰেক্ষাগৃহত বিহালী মণ্ডল কমিটি নিৰ্বাচনী সভা খনো সম্পন্ন হয় ।
অহা তিনি বছৰ বাবে বিহালী মণ্ডল কমিটি সভাপতি হিচাপে দলে বৰগাং জিলা পৰিষদ সদস্য ৰঞ্জনজ্যোতি দাসক সভাপতি হিচাপে নিৰ্বাচন কৰে ।
এই নিৰ্বাচনী সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত, বিশ্বনাথ জিলা বিজেপি সভাপতি পৰেশ বৰকাকটী, জিলা নিৰ্বাচনী বিষয়া শিৱ ভদ্ৰ, কে ধৰি উপৰোক্ত সমুহ দলৰ নেতা কৰ্মী সকল ‌।
আনহাতে দুই নৱ নিৰ্বাচিত সভাপতিক শুভেচ্ছা জ্ঞাপন কৰিছে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত, সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ সন্থা বিশ্বনাথ জিলা সভাপতি সিংহজ্যোতি হাজৰিকা, দুৰ্লভ হাজৰিকা, ৰিদিপ দাসকে ধৰি বিভিন্ন ব্যক্তিয়ে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম ।
সভাপতি দুয়ো গৰাকী ফটো
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.