বিশ্বনাথ,১০ মাৰ্চ: বুধববাৰে বিয়লি বিশ্বনাথ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ প্রক্ষেপিত প্রার্থী প্ৰমোদ বৰঠাকুৰৰ বাসগৃহত এখন কৰ্মী সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত উপস্থিত থাকে তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, জিলা উপ সভাপতি ড৹ ৰঞ্জন গগৈ, জিলা কোষাধ্যক্ষ পংকজ বৰা ৷
![বিজেপিৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ বাসগৃত কৰ্মী সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-806-10-m-biswanath-at-mp-pallabloson-photo-scrpt-as10018_10032021212615_1003f_1615391775_433.jpg)
ইপিনে মোহন মহন্ত, অমৰজ্যোতি বৰঠাকুৰ, লগতে দলীয় কার্যকর্তাসকলৰ সৈতে সাংসদ পল্লৱ লোচন দাসে আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত আলোচনা কৰাৰ লগতে বিধায়ক প্ৰমোদ বৰঠাকুৰক পুনৰ বিধায়ক হিচাপে জয় কৰাবলৈ ৰণকৌশল প্ৰস্তুত কৰে বুলি জানিব পৰা গৈছে ।
![বিজেপিৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ বাসগৃত কৰ্মী সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-806-10-m-biswanath-at-mp-pallabloson-photo-scrpt-as10018_10032021212615_1003f_1615391775_553.jpg)
লগতে পঢ়কঃ এজেপিৰ প্ৰাৰ্থী নগেন ডেকাৰ মনোনয়ন দাখিল