ETV Bharat / state

অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব:ৰঞ্জিত দত্ত - ভোট গণনা প্ৰক্ৰিয়া

ভাৰতত পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ হোৱাৰ দাবী মন্ত্ৰী ৰণজিৎ দত্তৰ ৷

অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব: ৰঞ্জিত দত্ত
author img

By

Published : May 23, 2019, 11:28 AM IST

বিশ্বনাথ, 23 মে': অব্যাহত আছে লোকসভা নিৰ্বাচন 2019ৰ ভোট গণনা প্ৰক্ৰিয়া ৷ তেনে সময়তে বিশ্বনাথত মন্ত্ৰী ৰঞ্জিত দত্তই মন্তব্য কৰে যে অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব। বিজেপিয়ে 10 খনৰ লগতে মিত্ৰ জোঁটে দুখন আসন লাভ কৰিব বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ দত্তৰ ৷

অসমত 12 খন আসন মিত্ৰ জোঁটে লাভ কৰিব: ৰঞ্জিত দত্ত

ইয়াৰোপৰি 9নং তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসে প্ৰায় 1 লাখ 85 হাজাৰ ভোটত জয় লাভ কৰিব বুলি প্ৰকাশ কৰাৰ লগতে ভাৰতত পুনৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

Intro:as_bsw_ranjit_duta_phito_as10018

Body:মন্ত্ৰী ৰঞ্জিত দত্তৰ মন্তব্য অসমত ১২ খন আসন মিত্ৰ জোটে লাভ কৰিব ।
বিজেপি ১০ খনৰ লগতে মিত্ৰ জোটে দুখন আসন লাভ কৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ দত্তই ।

Conclusion:আনহাতে মন্ত্ৰী ৰণজিৎ দত্তই প্ৰকাশ কৰে ৯ নং তেজপুৰ লোক সভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লোচনৰ দাসে প্ৰায় ১ লাখ ৮৫ হাজাৰ ভোট ত জয় লাভ কৰিব বুলি প্ৰকাশ কৰি ভাৰত পুণৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ হব লগতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হব বুলি উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ দত্তই ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.