ETV Bharat / state

দেৱযানী দত্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বিশ্বনাথত প্ৰতিবাদ - গহপুৰ শিক্ষয়িত্ৰী সমাজ

মঙলবাৰে দেৱজানী দত্ত বৰাৰ মৃত্যুৰ উচিত ন্যায় প্ৰদানৰ লগতে হত্যাকাৰী স্বামী আৰু ভগ্নীক জামিন প্ৰদান নকৰিবলৈ দাবী জনাই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত গহপুৰৰ শিক্ষয়িত্ৰী সমাজ আৰু সাতখন গাঁৱৰ ৰাইজ একটিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

biswanath protest for Debajani dutta borah murder
দেৱযানী দত্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বিশ্বনাথত প্ৰতিবাদ
author img

By

Published : Feb 18, 2020, 9:17 PM IST

বিশ্বনাথ, 18 ফেব্ৰুৱাৰীঃ আজিৰ পৰা প্ৰায় তিনিমাহ পূৰ্বে নৃশংসভাৱে হত্যা কৰা হৈছিল বিশ্বনাথৰ জয়পুৰৰ অংগনবাড়ী শিক্ষয়িত্ৰী দেৱযানী দত্ত বৰাক ৷ কিন্তু বিগত তিনিমাহে হত্যাৰ গোচৰ প্ৰক্ৰিয়া একপ্ৰকাৰৰ স্তব্ধ হৈ পৰিছে ৷ আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিয়েই নিজৰ দায়িত্বৰ সামৰণি পেলাইছে ৷ মঙলবাৰে দেৱজানী দত্ত বৰাৰ মৃত্যুৰ উচিত ন্যায় প্ৰদানৰ লগতে হত্যাকাৰী স্বামী আৰু ভগ্নীক জামিন প্ৰদান নকৰিবলৈ দাবী জনাই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত গহপুৰৰ শিক্ষয়িত্ৰী সমাজ আৰু সাতখন গাঁৱৰ ৰাইজ একটিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

দেৱযানী দত্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বিশ্বনাথত প্ৰতিবাদ

লগতে পঢ়ক-মৰিগাঁও আৰু লখিমপুৰত CAA বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.