বিশ্বনাথ, 27 ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ সক্ৰিয়জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট যোগান চক্ৰ ৷ শুকুৰবাৰে বিশ্বনাথ চাৰিআলিত আৰক্ষীয়ে উৎখাত কৰে এটা বৃহৎ জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট যোগানকাৰী চক্ৰ ৷ তথ্য অনুসৰি দীৰ্ঘদিন ধৰি ধনৰ বিনিময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক জাল মাৰ্কচিট আৰু ছাৰ্টিফিকেটৰ যোগান ধৰি আহিছিল চক্ৰটোৱে ৷ আৰক্ষীয়ে অভিয়ান চলাই বিশ্বনাথ চাৰিআলি বালিপুখুৰীৰ পৰা চক্ৰটোৰ নিৰ্মল গোৱালা নামৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে চক্ৰটোৰে ছেবা কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা বৃদ্ধি পোৱাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷
বিশ্বনাথত জাল মাৰ্কচিট চক্ৰ উৎখাত: এজন আটক - বিশ্বনাথ জাল মাৰ্কচিট চক্ৰ
চক্ৰটোৰে ছেবা কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা ৷ আৰক্ষীৰ তদন্ত আৰম্ভ ৷
বিশ্বনাথ, 27 ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ সক্ৰিয়জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট যোগান চক্ৰ ৷ শুকুৰবাৰে বিশ্বনাথ চাৰিআলিত আৰক্ষীয়ে উৎখাত কৰে এটা বৃহৎ জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট যোগানকাৰী চক্ৰ ৷ তথ্য অনুসৰি দীৰ্ঘদিন ধৰি ধনৰ বিনিময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক জাল মাৰ্কচিট আৰু ছাৰ্টিফিকেটৰ যোগান ধৰি আহিছিল চক্ৰটোৱে ৷ আৰক্ষীয়ে অভিয়ান চলাই বিশ্বনাথ চাৰিআলি বালিপুখুৰীৰ পৰা চক্ৰটোৰ নিৰ্মল গোৱালা নামৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে চক্ৰটোৰে ছেবা কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা বৃদ্ধি পোৱাত বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে বিষয়টো গুৰুত্বসহকাৰে লৈছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷
vis_byte_duplicate_ marksheet_scrpt_as10018
Body:as_biswnaath_801_27_seb_
vis_byte_duplicate_ marksheet_scrpt_as10018
Conclusion:as_biswnaath_801_27_seb_
vis_byte_duplicate_ marksheet_scrpt_as10018
বিশ্বনাথত আটক জাল মাৰ্কচিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰৰ এজন লোক:
ৰাজ্যত সক্ৰিয় জাল মাৰ্কচিত আৰু চাৰ্টিফিকেট যোগান ধৰা চক্ৰ ৷
ধনৰ বিনিময়ত HSLC ত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক যোগান ধৰে এই জাল মাৰ্কচিট আৰু চাৰ্টিফিকেট ৷
বিশ্বনাথ আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল আৰু নিৰ্মল গোৱালা নামৰ বিশ্বনাথ চাৰিআলি বালিপুখুৰীৰ চক্ৰটোৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
এই চক্ৰটোৰ সৈতে SEBA ৰ কৰ্মচাৰী জড়িত থকাৰ সম্ভাৱনা আছে আৰু বিষয়টো সম্পৰ্কত সেয়েহে গুৰুত্ব সহকাৰে অনুসন্ধান অব্যাহত ৰখা বুলি ব্যক্ত কৰিছে বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে ৷
বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম