ETV Bharat / state

বিশ্বনাথত ভূমিকম্পত সা-সামগ্ৰী বিনষ্ট

author img

By

Published : Apr 28, 2021, 2:21 PM IST

বিশ্বনাথত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনূভূত ৷ জিলাখনত ভূমিকম্পৰ জোকাৰণিত ক্ষতিগ্ৰস্ত হ’ল একাংশ লোকৰ মূল্যৱান সা-সামগ্ৰী ৷

biswanath earthquake
বিশ্বনাথত ভূমিকম্পৰ জোকাৰণিত ক্ষয়-ক্ষতি

বিশ্বনাথ,28 এপ্ৰিল: বিশ্বনাথত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনূভূত ৷ জিলাখনত ভূমিকম্পৰ জোকাৰণিত ক্ষতিগ্ৰস্ত হ’ল একাংশ লোকৰ মূল্যৱান সা-সামগ্ৰী ৷ এই ভূমিকম্পৰ জোকাৰণিৰ ফলত বিশ্বনাথৰ বিনীত জাহ আৰু বিহালীৰ জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেল নামৰ ব্যক্তি দুজনৰ ঘৰৰ পকীবেৰত ফাঁট মেলা দেখা যায় ।

ইফালে, মঙলবাৰে পুৱা অহা ভূমিকম্পটোত সমগ্র ৰাজ্য়ৰ লগতে বিশ্বনাথতো ৰাইজৰ মাজত ‌আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : ঢেকীয়াজুলিৰ ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ দৃশ্য লাইভ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.