ETV Bharat / state

বিশ্বনাথ গো মাংস কাণ্ডৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Apr 11, 2019, 6:28 PM IST

বিগত ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ লোকজনক গো মাংস বিক্ৰী কৰা অভিযোগত অকথ্য নিৰ্যাতন চলাইছিল কেইবাজনো যুৱকে ৷ গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত মধুপুৰৰ ক্ষীৰধৰ বৰাৰ পুত্ৰ দূৰ্গেশ্বৰ বৰা আনজন ভীৰ গাঁৱৰ প্ৰফুল্ল বৰাৰ পুত্ৰ ধৃত ইন্দুকল্প বৰা

বিশ্বনাথ গো মাংস কাণ্ড

বিশ্বনাথ, 11 এপ্ৰিলঃ বিশ্বনাথৰ সাপ্তাহিক বজাৰৰ কাণ্ডৰ লগত জড়িত দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ বিশ্বনাথ আৰক্ষীৰ ৷ বৃহস্পতিবাৰে পুৱতি নিশা বিশ্বনাথ আৰক্ষীয়ে মধুপুৰ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ৷
উল্লেখ্য যে, বিগত ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ লোকজনক গো মাংস বিক্ৰী কৰাৰ অভিযোগত অকথ্য নিৰ্যাতন চলাইছিল কেইবাজনো যুৱকে ৷ গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত মধুপুৰৰ ক্ষীৰধৰ বৰাৰ পুত্ৰ দূৰ্গেশ্বৰ বৰা আনজন ভীৰ গাঁৱৰ প্ৰফুল্ল বৰাৰ পুত্ৰ ধৃত ইন্দুকল্প বৰা ৷

A_Biswanath_weekly_market_ incident_beef_selling_ incident_11A_photo_Scrpt_Srimanta

বিশ্বনাথৰ সাপ্তাহিক বজাৰৰ  কাণ্ডৰ দুই  মূল অভিযুক্তক গ্ৰেপ্তাৰ বিশ্বনাথ আৰক্ষী 

বিশ্বনাথ জিলা তথা 
সমগ্ৰ দেশ জোকাৰি যোৱা বিশ্বনাথৰ সাপ্তাহিক বজাৰৰ ঘটনাৰ লগত জড়িত অভিযোগত  দুই  মূল অভিযুক্তক গ্ৰেপ্তাৰ  কৰিছে বিশ্বনাথ  আৰক্ষীয়ে৷
পূৱতি   নিশা  বিশ্বনাথ  
আৰক্ষীয়ে বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত 
মধুপুৰ গাৱঁৰ পৰা  গ্ৰেপ্তাৰ কৰে দুই  অভিযুক্ত ।
উল্লেখযোগ্য যে যোৱা 
৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ লোকজনক গৰু মাংস বিক্ৰী কৰা অভিযোগথ  অকথ্য নিৰ্যাতন চলাইছিল কেইবাজনো যুৱকে৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনৰ নাম দূৰ্গেশ্বৰ বৰা আৰু ইন্দুকল্প বৰা৷ ধৃত দূৰ্গেশ্বৰ বৰা (৩৩)ৰ পিতৃৰ নাম ক্ষীৰধৰ বৰা আৰু ঘৰ মধুপুৰত৷
আনজন ধৃত ইন্দুকল্প (৩৫)ৰ পিতৃৰ নাম প্ৰফুল্ল বৰা আৰু ঘৰ ভীৰ গাঁৱত৷

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম 
     
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.