ETV Bharat / state

বিশ্বনাথত প্ৰসাদত বিষক্ৰিয়া,শিশুসহ অসুস্থ 17 গৰাকী - মৰলগাঁও

বিশ্বনাথত প্ৰসাদত বিষক্ৰিয়াৰ ফলত শিশুসহ অসুস্থ 17 গৰাকীকৈ লোক ৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে অসুস্থ লোকসকল ৷

শিশুসহ আহত 17 গৰাকী
শিশুসহ আহত 17 গৰাকী
author img

By

Published : Jan 10, 2020, 10:04 AM IST

Updated : Jan 10, 2020, 11:55 AM IST

বিশ্বনাথ, 10 জানুৱাৰী: বিশ্বনাথত প্ৰসাদ খাই অসুস্থ শিশুসহ 17 গৰাকীকৈ লোক ৷ বিশ্বনাথৰ মৰলগাঁৱত বৃহস্পতিবাৰে প্ৰসাদত বিষক্ৰিয়াৰ ফলত সংঘটিত হয় এই ঘটনা ৷ মৰলগাঁৱৰ মোহন দাস নামৰ লোকগৰাকীৰ ঘৰত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰসাদ খাই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ অসুস্থ লোক সকল সম্প্ৰতি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

বিশ্বনাথত প্ৰসাদ খাই শিশুসহ আহত 17 গৰাকী

লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে যুৱকে

Intro:বিশ্বনাথত প্ৰসাদ খাই অঘটন
শিশু সহ ১৭জন আহত

Body:বিশ্বনাথত প্ৰসাদ খাই অঘটন
শিশু সহ ১৭জন আহত

Conclusion:বিশ্বনাথত প্ৰসাদ খাই অঘটন
শিশু সহ ১৭জন আহত

বিশ্বনাথত প্ৰসাদত বিষক্ৰীয়া হৈ গুৰুতৰ ভাৱে অসুস্হ হৈছে শিশু সহ ১৭ গৰাকীকৈ ব্যক্তি। বিশ্বনাথৰ মৰলগাৱত আজি সন্ধিয়া এই ঘটনা সংঘটিত হয়। মৰল গাৱৰ মোহন দাসৰ ঘৰত থকা সকামত প্ৰসাদ খাই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।বিষ ক্ৰিয়াত আহত সকল হৈছে -- অংকিতা শইকীয়া(১৫), কবিতা দাস(১২), জুবলি দাস(৭), ৰীয়া শইকীয়া(১১), বন্দনা দাস(১৩), জোনমনি দাস(৮), জয়া দাস(১৯), জাহ্নবী দাস(১২), ৰূপজ্যোতি দাস(১৬), চন্দন দাস(১৪), বিজু দাস(৪২), সোনমনি দাস(৫), মিমলি দাস(২.৫),মমি দাস(২২), প্ৰশান্ত দাস(১৫) পাপু দাস(১৬), বিজয়া দাস(৪৫), ফাগুনি দাস(৩৫)। অসুস্হ সকলক বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Last Updated : Jan 10, 2020, 11:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.