ETV Bharat / state

15 নং ঘাইপথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত - ৰাষ্ট্ৰীয় ঘাইপথ

ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন পুখুৰীহে ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবা স্থানটো প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । কাণসাৰ নাই বিভাগীয় বৰমূৰীয়াৰ ৷

15 নং ঘাইপথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত
author img

By

Published : Jul 10, 2019, 10:30 PM IST

বিশ্বনাথ,10জুলাইঃ বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া পুখুৰী সদৃশ । পথচোৱাৰ অধিকাংশ স্থানতে এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । যমৰ যন্ত্ৰণা ভুগি আহিছে ৰাইজে ৷ উল্লেখ্য যে কিছু দিনৰ আগতেই পথচোৱা অৰুণাচলৰ জি ইঞ্জিনীয়াৰিং নামৰ পথ নিৰ্মান সংস্থাটোৱে মেৰামতি কৰিছিল যদিও আধাতে মেৰামতি কৰি সামৰণি মাৰে ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদনঃ

Intro:as_biswaanth_10_july_801_vis+byte_dl_scrpt_as10018Body:as_biswaanth_10_july_801_vis+byte_dl_scrpt_as10018Conclusion:বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পুখুৰী সদৃশ। পথ চোৱা অধিকাংশ স্থানত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাতত ।
যন যন্ত্ৰণা ভুগি আছিল ৰাইজে

উল্লেখযোগ্য যে কিছু দিনৰ আগতেই পথ চোৱা অৰুণাচলৰ জি ইঞ্জিনীয়াৰিং নাম পথ নিৰ্মাণ সংস্থা টোৱে মেৰামতি কৰিছিল যদিও আধাতে মেৰামতি কৰি সামৰণি মাৰে এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.