ETV Bharat / state

অৰুণাচলীৰ দখলত বিহালী বনাঞ্চল - Bihali forest possession by Arunachali

অবৈধভাৱে বিহালী বনাঞ্চলৰ ৰাধাচুৰ পৰা চাউল ধোৱালৈ প্ৰায় ৩ কিলোমিটাৰ থকা বিহালী বনাঞ্চলৰ বহু মূল্যবান গছ গছনি কাটি বনাঞ্চলখনত প্ৰৱেশ কৰি পথ নিৰ্মাণৰ যো-জা চলাই থাকোতেই শনিবাৰে আটক হয় চালকসহ দুজন লোক লগতে অভিযানকাৰীয়ে জব্দ কৰে এখন এস্কেভেটৰ  ৷

বনাঞ্চল বেদখল
বনাঞ্চল বেদখল
author img

By

Published : Dec 9, 2019, 12:25 AM IST

বিহালী, 8 ডিচেম্বৰ: শোণিতপুৰত শনিবাৰে আটক দুই বনাঞ্চল বেদখলকাৰী ৷ পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়া , বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ লগতে বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী বিষয়াই চলোৱা অভিযানত আটক হয় দুই বনাঞ্চল বেদখলকাৰী ৷ প্ৰশাসনৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি অসম-অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত অৰুণাচলীয়ে চলাই গৈছিল উচ্ছেদ অভিযান। অবৈধভাৱে বিহালী বনাঞ্চলৰ ৰাধাচুৰ পৰা চাউল ধোৱালৈ প্ৰায় ৩ কিলোমিটাৰ থকা বিহালী বনাঞ্চলৰ বহু মূল্যবান গছ গছনি কাটি বনাঞ্চলখনত প্ৰৱেশ কৰি পথ নিৰ্মাণৰ যো-জা চলাই থাকোতেই শনিবাৰে আটক হয় চালকসহ দুজন লোক লগতে অভিযানকাৰীয়ে জব্দ কৰে এখন এস্কেভেটৰ ৷

বিহালী
বনাঞ্চল বেদখল

উল্লেখযোগ্য যে প্ৰায় ৯০ দশকৰ পৰা অব্যাহত থকা আগ্ৰাসী অৰুণাচলীয়ে ইতিমধ্যে বেদখল কৰিছে 10000 অধিক অসমৰ ভূমি ৷ অৰুণাচলীয়ে বনাঞ্চলখনৰ এলেকাত প্ৰৱেশ কৰি এস্কেভেটৰৰ সহায়ত বেআইনীভাৱে পথ নিৰ্মাণত নামি পৰিছে যদিও এই ক্ষেত্ৰত নিৰৱ ৰাজ্য চৰকাৰৰ বন বিভাগ । শনিবাৰে বেদখলকাৰী অৰুণাচলীয়ে উক্ত স্থানত বন বিভাগ আৰু অসম আৰক্ষীৰ দলটোক দেখি যুদ্ধংদেহী ৰূপ ধাৰণ কৰে যদিও পৰৱৰ্তি সময়ত উক্ত স্থানৰ পলায়ন কৰে কেইবাজনো বেদখলকাৰী । আনহাতে ঘটনা সন্দৰ্ভত আটকাধীন দুজন লোক গোবিন্দ ৰয় আৰু সঞ্জিত ৰয়ক বুলি জানিব পৰা গৈছে ৷

অৰুণাচলীৰ দখলত বিহালী বনাঞ্চল

উল্লেখ্য যে বিহালী বনাঞ্চলত এইদৰে বেদখল অব্যাহত থকাৰ বাবে সংকীত হৈ পৰিছে অসম অৰুণাচল সীমান্ত অঞ্চলৰ লোক সকল । ইফালে বিহালী বনাঞ্চল বেদখল মুক্ত কৰা লগতে বনাঞ্চলখনত অধিক বন কৰ্মী নিয়োগ কৰি সুৰক্ষাৰ দাবী জনাইছে বিহালীৰ বিভিন্ন দল সংগঠনে ।

Intro:বিহালী বনাঞ্চল বেদখল অৰুণাচলী / বিহালী বনাঞ্চল উচ্চেদ কৰি
পথ নিৰ্মাণ কৰিলে অৰুণাচলীয়ে
জব্দ এস্কেভেটৰ আটক দুই
Body:বিহালী বনাঞ্চল বেদখল অৰুণাচলী / বিহালী বনাঞ্চল উচ্চেদ কৰি
পথ নিৰ্মাণ কৰিলে অৰুণাচলীয়ে
জব্দ এস্কেভেটৰ আটক দুই
Conclusion:বিহালী বনাঞ্চল বেদখল অৰুণাচলী / বিহালী বনাঞ্চল উচ্চেদ কৰি
পথ নিৰ্মাণ কৰিলে অৰুণাচলীয়ে
জব্দ এস্কেভেটৰ আটক দুই

অসম অৰুণাচল সীমান্তৰ বিহালী বনাঞ্চলত বেদখদ অৰুণাচলী ।
অবৈধ ভাৱে অসম অৰুণাচল সীমান্ত বিহালী বনাঞ্চল ৰাধাচুৰ পৰা চাউল ধোৱালৈ প্ৰায় ৩ কিলোমিটাৰ থকা বিহালী বনাঞ্চলৰ বহু মূল্যবান গছ গছনি কাটি অৰুণাচলী লোক প্ৰবেশ কৰি পথ নিৰ্মাণৰ যো- জা চলাই থকা সময়তে ,শনিবাৰে
ঘটনাস্থলীত উপস্থিত পুৱ শোনিতপুৰ বন সংমণ্ডল বিষয়া , বিশ্বনাথ
ৰাজহ চক্ৰ বিষয়া ,বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী বিষয়াসহ জিলা প্ৰশাসন দল ‌।
জব্দ এখন এস্কেভেটৰ আৰু চালসহ দুজন লোক ।
উল্লেখযোগ্য যে প্ৰায় ৯০ দশকৰ পৰা অব্যাহত থকা আগ্ৰাসী অৰুণাচলীয়ে বেদখল কৰিছে দহ হাজাৰৰো অধিক অসমৰ ভূমি, নিৰৱ ৰাজ্য চৰকাৰ বন বিভাগ । ইতিমধ্যে, আগ্ৰাসী অৰুণাচলী
শেহতীয়া ভাৱে ৰাজ্যৰ সংৰক্ষিত বিহালী বনাঞ্চলত চুবুৰীয়া ৰাজ্য অৰুণাচলীয়ে পুণৰ আৰম্ভ কৰিছে বনাঞ্চল খনৰ ভুমি দখলৰ ষড়যন্ত্ৰ ।
অৰুণাচলীয়ে বনাঞ্চলৰ এলেকাত প্ৰৱেশ কৰি এস্কেভেটৰ ব্যৱহাৰ কৰি বেআইনী ভাৱে পথ নিৰ্মাণত নামি পৰিছে ।
আগ্ৰাসী অৰুণাচলীৰ বেআইনী ভুমি দখল আৰু পথ নিৰ্মাণৰ তথ্য পোহৰলৈ অহাৰ লগে লগে‌ পূব শোণিতপুৰ বন সংমণ্ডল বিষয়া আৰু এচিফ বিশ্বজিৎ দাসৰ লগতে বিশ্বনাথ জিলা প্ৰশাসন আৰক্ষী দল দলৰ
আৰু পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়াৰ তাৎক্ষণিক কাৰ্য ব্যৱস্থাত আৰু বিশ্বনাথৰ জিলা আৰক্ষীৰ সহযোগত পথনিৰ্মাণৰত অৱস্থাত এখন এক্সেভেটৰ সহ ২ জন লোকক আটক কৰে ।
আনহাতে, বেদখলকাৰী অৰুণাচলী লোকে বন বিভাগ আৰু অসম আৰক্ষীৰ দলটোক দেখি মুখামুখি হৈ যুদ্ধংদেহী ৰূপ ধাৰণ কৰে ।
তাৰ মাজতে অসম আৰক্ষী, বনবিভাগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পলায়ন কৰে ।
ইতিমধ্যে, ঘটনা সন্দৰ্ভত আটকাধীন ২ গোবিন্দ ৰয় আৰু সঞ্জিত ৰয়ক আটক কৰে ।
জানিব পৰা মতে এই পথটো ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনা অধিনত ডিব্ৰুগড়ৰ A.T.W নামৰ এটা বেচৰকাৰী সংস্থাই নিবিদা লাভ কৰি এই দৰে বিহালী বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি ধংস কৰি পথ নিৰ্মাণ কৰিবলৈ অৰুণাচল প্ৰশাসনে উঠি পৰি লাগে ।
উল্লেখযোগ্য যে পথ নিৰ্মাণ নকৰা পূৰ্বেই অৰুণাচলী একাংশ বিষয়া তথা আৰক্ষী বিহালী বনাঞ্চল প্ৰহাৰ দিয়া বন শিৱিৰ উপস্থিত হৈ ভাবুকি ও প্ৰদান কৰাত এই দৰে তৎপৰ হৈ বিশ্বনাথ বন বিভাগে উচ্ছেদ চলোৱা বুলি উল্লেখ কৰে ।
আনহাতে বিহালী বনাঞ্চল এই দৰে অব্যাহত থকাত সংকীত হৈ পৰিছে অসম অৰুণাচল সীমান্ত অঞ্চলৰ লোক সকল ।
ইফালে বিহালী বনাঞ্চল বে দখল মুক্ত কৰা লগতে বনাঞ্চল খনত অধিক বন কৰ্মী নিয়োগ কৰি সুৰক্ষা দাবী জনাইছে বিহালী বিভিন্ন দল সংগঠনে ।
ইফালে শীঘ্ৰে এই অবৈধ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি পূৱ শোণিতপুৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়ে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ইটিভি ভাৰত অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.