ETV Bharat / state

গহপুৰত AJYCP ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

author img

By

Published : Nov 3, 2020, 8:17 PM IST

অসমত আন্তঃ ৰাজ্যিক পাৰ পত্ৰ আৰু দ্বি- নাগৰিকত্ব ব্যৱস্থা প্ৰবৰ্তন কৰা, নাগৰিকত্ব সংশোধন আইন ২০১৬ বাতিল, EIA-2020 আইন বিধেয়ক বাতিলৰ দাবীত AJYCPৰ শতাধিক সদস্যই মহকুমাধিপতি কাযার্লয়ত সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

AJYCP PROTEST AT GHOPUR
গহপুৰত AJYCP ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

বিশ্বনাথ 3 নৱেম্বৰঃ মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বিশ্বনাথ জিলা সমিতি উদ্যোগত আৰু গহপুৰ আঞ্চলিক সমিতি সহযোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে গহপুৰ মহকুমাধিপতি কাযার্লয়ত।

অসমত আন্তঃ ৰাজ্যিক পাৰ পত্ৰ আৰু দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৰ্বতন কৰা, নাগৰিকত্ব সংশোধন আইন ২০১৬ বাতিল, EIA-2020 আইন বিধেয়ক বাতিলৰ দাবীত সংগঠনটো শতাধিক সদস্যই মহকুমাধিপতি কাযার্লয়ত সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্রীয় সমিতি সদস্য মন্টু বৰুৱা জিলা সমিতি সভাপতি কমলজিৎ দত্ত, উপ-সভাপতি অমৰজোতি বৰা, পিয়াংকুৰ ডেকা, নাছিৰ আহমেদ, দিগন্ত মিত্র, গহপুৰ আঞ্চলিক সমিতি সভাপতি ধ্ৰুৱ বৰা, সাধাৰণ সম্পাদক অপূর্ব দাস ,পৰাগ দত্তকে ধৰি কেইবাজনো জিলা পৰ্যায়ৰ সদস্য
উপস্থিত থাকে ৷

লগতে পঢ়কঃ দলগাঁৱত বহুকেইটা দাবীৰে আমছুৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.