ETV Bharat / state

এটা ফেচবুক প'ষ্টক লৈ প্ৰতিক্ৰিয়া এগৰাকী শিক্ষকৰ - শিক্ষক

এগৰাকী শিক্ষকে মুকলিকৈ ফেচবুকত প'ষ্ট কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে অধিস্থিত কৰিব লাগে বুলি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি বিশ্বনাথৰ শিক্ষক মহলত ৷

এটা ফেচবুক প'ষ্টক লৈ প্ৰতিক্ৰিয়াত এগৰাকী শিক্ষক

author img

By

Published : Dec 14, 2020, 12:40 PM IST

বিশ্বনাথ, 14 ডিচেম্বৰ: মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে অধিস্থিত কৰিব লাগে বুলি মুকলিকৈ ফেচবুকত প'ষ্ট কৰি চৰ্চাত বিশ্বনাথৰ এগৰাকী টেট শিক্ষক ৷ শিক্ষকগৰাকীৰ সেই প'ষ্টক লৈ সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

এটা ফেচবুক প'ষ্টক লৈ প্ৰতিক্ৰিয়াত এগৰাকী শিক্ষক
এটা ফেচবুক প'ষ্টক লৈ প্ৰতিক্ৰিয়াত এগৰাকী শিক্ষক

এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ ওপৰিও শিক্ষকৰ দৰে এটা বৃত্তিত নিয়োজিত হৈ থকা লোকগৰাকীৰ এনে কাণ্ডক লৈ বহু লোকে সমালোচনা কৰে ৷ এগৰাকী মুখ্যমন্ত্ৰী থকা সময়তে আন এগৰাকী মন্ত্ৰীক মুখ্যমন্ত্ৰী হিচাপে বিচৰা শিক্ষক বিশ্বজিৎ ৰয়ৰ ফেচবুক প'ষ্টটোৱে খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বনাথৰ শিক্ষক সমাজত ৷

লগতে পঢ়ক: মন্ত্ৰী সন্তোষ মোহন দেবে বৰাকত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছিল : আমিনুল হক লস্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.