ETV Bharat / state

মই এতিয়া জনপ্ৰিয় শিল্পী নহয়,বিদ্ৰোহী শিল্পী হে ! কোনে ক’লে ?

author img

By

Published : Jan 11, 2020, 4:20 AM IST

Updated : Jan 11, 2020, 9:17 AM IST

বজালীৰ ভবানীপুৰৰ পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰি থকাৰ মাজতেই হঠাৎ জুবিন গাৰ্গৰ এই মন্তব্য ৷ মঞ্চত হঠাৎ কিয় ক’লে ‘কা’ৰ উৎপাতত থাকিব নোৱাৰা হৈছো ৷

মই এতিয়া জনপ্ৰিয় শিল্পী নহয়, বিদ্ৰোহী শিল্পী হে ! কোনে ক’ত ক’লে এনেকৈ..

পাঠশালা, ১১ জানুৱাৰী: বজালীৰ ভবানীপুৰৰ পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত জুবিন গাৰ্গ ৷ সংগীত পৰিৱেশন কৰি থকাৰ মাজতেই হঠাৎ জুবিন গাৰ্গৰ মন্তব্য মই এতিয়া জনপ্ৰিয় শিল্পী নহয়, মই বিদ্ৰোহী শিল্পী হে ৷ ইপিনে মঞ্চত হঠাৎ ফোন ক’ল অহাত জুবিনে ক’লে চাৰিওফালে মাথো কা কা কা ৷ ‘কা’ৰ উৎপাতত থাকিব নোৱৰা হৈছো ৷

পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত জুবিন

ইয়াতে ক্ষান্ত নাথাকি জুবিনে ইয়াৰ পাচত কয়,বিজেপি চৰকাৰে মোক বেছি মৰম কৰিলে সেইবাবে আন্দোলন কৰি মোৰ এতিয়া মাত ভাঙিছে ৷ বেছি মৰম কৰিলে ল’ৰা বেয়া হ‘বই ৷ আনহাতে 2021ত বিজেপিকো মৰম নকৰিবলৈ আহ্বান ৰাইজক ৷ ইপিনে নাগৰকিত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাচত কাইলৈৰ পৰা আন্দোলন তীব্ৰতৰ হ’ব বুলি উল্লেখ কৰি কয় ৰেহাই দিয়া নহ’ব ৷ মই যি কাম আৰম্ভ কৰো শেষ নকৰাকৈ নেৰো ৷ ৰাইজৰ আগত মঞ্চত উদাত্ত কণ্ঠৰে জুবিনে দিয়ে জয় আই অসম ধ্বনি ৷

লগতে চাওকঃদিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!

Intro:Bajali Zubeen program

বজালী ৰ ভবানীপুৰ ৰ পহুমৰা গ্ৰন্থ উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান ত জুবিন গাৰ্গ ll
Body:Bajali Zubeen program

পাঠশালা,১১ জানুৱাৰী: জুবিন গাৰ্গৰ ঘোষণা -
মই এতিয়া জনপ্ৰিয় শিল্পী নহয় - বিদ্ৰোহী শিল্পী হে ll

মঞ্চত হঠাৎ আহিল ফোন ll

কলে.. কা ৰ উৎপাতত থাকিৱ নোৱাৰা হৈছো ll

চাৰিওফালে মাথো কা কা কা l

বিজেপি চৰকাৰে মোক বেছি মৰম কৰিলে সেইবাবে আন্দোলন কৰি মোৰ এতিয়া মাত ভাঙিছে l

বেছি মৰম কৰিলে লৰা বেয়া হব ই ll

2021 ত কিন্তু নহব I

কাইলৈৰ পৰা আন্দোলন তীব্ৰতৰ হব ll

ৰেহাই দিয়া নহব ll

মই যি কাম আৰম্ভ কৰো শেষ নকৰাকৈ নেৰো ll

ৰাইজৰ আগত মঞ্চত উদাত্ত কণ্ঠৰে জুবিনৰ জয় আই অসম ধ্বনি ll

Conclusion:ভিডিঅ'-৭
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।।
Last Updated : Jan 11, 2020, 9:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.