ETV Bharat / state

অস্ত্ৰোপচাৰ কৰা পত্নীক নিৰ্যাতনঃ পলাতক স্বামী

শফিউৰ ৰহমান নামৰ ব্যক্তি গৰাকীয়ে 14 বছৰ পূৰ্বে ছালেমা খাতুন নামৰ মহিলা গৰাকীৰ সৈতে বিবাহ-পাষত আবন্ধ হয় ৷ কিন্তু বিয়াৰ পাচৰে পৰা দুই সন্তানৰ মাতৃ ছালেমা খাতুনক যৌতুকৰ দাবী কৰি শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে

author img

By

Published : Jun 30, 2019, 9:24 PM IST

কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতন

জনীয়া, 30 জুন: জনীয়া সমষ্টিৰ কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতন । শফিউৰ ৰহমান নামৰ ব্যক্তি গৰাকীয়ে 14 বছৰ পূৰ্বে বিবাহ-পাষত আবন্ধ হয় ৷ কিন্তু বিয়াৰ পাচৰে পৰা যৌতুকৰ দাবী কৰি শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে ব্যক্তি গৰাকীৰ পত্নীয়ে ৷ আনহাতে, বিগত 13 জুনত শফিউৰ ৰহমানৰ পত্নীয়ে অস্ত্ৰোপচাৰ কৰাৰ পাচতো বেয়াকৈ মাৰধৰ কৰে ৷ ফলত পুনৰ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লাগে অভিযুক্ত স্বামী শফিউৰ ৰহমানৰ পত্নী ৷ যাৰ বাবে উপায়ন্তৰ হৈ পত্নীগৰাকীয়ে কলগাছিয়া আৰক্ষী থানাত দেওবাৰে এজাহাৰ দাখিল কৰে । আনহাতে, পত্নীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পাচতে ঘৰৰ পৰা পলায়ন কৰে স্বামী শফিউৰ ৰহমান ৷

Intro:slug: as_jania_30jun_bowari_nirjaton_story_vis2+byt1_asc10058

জনীয়া, ৩০ জুন: কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতনৰ ঘটনাই সৃষ্টি কৰিলে অঞ্চলজুৰি চাঞ্চল্য।Body:slug: as_jania_30jun_bowari_nirjaton_story_vis2+byt1_asc10058

জনীয়া সমষ্টিৰ কলগাছিয়াৰ মোনাকাশাত বোৱাৰী নিৰ্যাতন। শফিউৰ ৰহমান নামৰ স্বামীয়ে বিগত ১৪ বছৰ আগত ছালেমা খাতুন নামৰ এগৰাকী মহিলাক সামাজিক ৰীতিমতে বিবাহ কৰিছিল। কিন্তু বিয়াৰ পিছৰেই পৰা দুটা সন্তানৰ মাতৃ ছালেমা খাতুনক যৌতুকৰ দাবী তুলি লাখ টকাৰ অধিক আদায় কৰাৰ পিছত শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই আহিছে পাষণ্ড স্বামী শফিউৰ ৰহমানে। চলিত মাহৰ ১৩ তাৰিখত পত্নী ছালেমা খাতুনক পিত্তস্থলীত অপাৰেচন কৰাৰ দুদিন পিছৰ পৰা প্ৰত্যেক দিনাই শাৰীৰিকভাবে মাৰধৰ কৰি আহিছে। আজি উপায়ন্তৰ হৈ পত্নীগৰাকীয়ে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিন্তু পত্নী গৰাকীয়ে শাৰীৰিক ভাবে অসুস্থ হোৱাত কলগাছিয়া আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত আৰক্ষী গৰাকীয়ে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সুস্থ হোৱাৰ পিছত আৰক্ষীয়ে স্বামীৰ ঘৰত থৈ আহে। ইপিনে পত্নীগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পিছত স্বামীয়ে ঘৰৰ পৰা পলায়ন কৰে।Conclusion:slug: as_jania_30jun_bowari_nirjaton_story_vis2+byt1_asc10058

বাইট: পত্নী ছালেমা খাতুন।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.