ETV Bharat / state

বৰপেটাৰোডত তিনিখন বাইকসহ দুটা বাইক চোৰ আটক

author img

By

Published : Jan 31, 2020, 7:32 PM IST

৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই তিনিখন বাইকসহ আটক কৰে দুটা বাইক চোৰ ৷

two thief arrested
বৰপেটাৰোডত আটক দুটা বাইক চোৰ

বৰপেটাৰোড 31 জানুৱাৰীঃ বৰপেটাৰোডৰ বালাভিঠাৰ পৰা তিনিখন বাইকসহ দুটা বাইক চোৰক আটক কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ শুকুৰবাৰে বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বালাভিঠাৰ পৰা তিনিখন বাইকসহ আটক কৰে দুটা বাইক চোৰক ৷

বৰপেটাৰোডত আটক দুটা বাইক চোৰ

জানিব পৰা মতে, AS 0B 0893, AS 15M 4323 আৰু AS15P 5297 নম্বৰৰ বাইক কেইখন লৈ চিৰাঙৰ বিজনীৰ পৰা আহি আছিল চাৰিটা বাইকচোৰ ৷ চোৰ কেইটাই ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠা আহি পোৱাৰ লগে লগে আৰক্ষীয়ে দুটা চোৰক আটক কৰে যদিও বাকী দুটা চোৰ পলায়ন কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটাৰ নাম আকিবুল ভূঞা আৰু হাবিজুল ভূঞা ৷ চোৰ দুটাৰ ঘৰ বৰপেটাৰ পালহাজীৰ মাইলকুচিত বুলি জানিব পৰা গৈছে ৷ইতিমধ্যে চোৰ দুটাক বৰপেটাৰোড আৰক্ষীয়ে প্ৰেৰণ কৰে জেল হাজোতলৈ ৷

লগতে পঢ়কঃকামাখ্যা ৰে'ল ষ্টেচনত ড্ৰাগছসহ মেঘালয়ৰ ছাত্ৰ আটক

Intro:বৰপেটাৰোড 31 জানুৱাৰী : বৰপেটাৰোডৰ বালাভিঠাৰ পৰা তিনিখন বাইক সহ দুজন বাইক চোৰক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ লগতে অন্য দুজন চোৰ পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটা আকিবুল ভূঞা আৰু হাবিজুল ভূঞা ৷ চিৰাঙৰ বিজনীৰ পৰা চাৰিজন চোৰে তিনিখন বাইক চুৰ কৰি লৈ আহি আছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে শুক্ৰবাৰে এক গোপন সুত্ৰৰ ভিত্তিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বালাভিঠাৰ পৰা তিনিখন বাইক সহ দুজন বাইক চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ AS 0B 0893, AS 15M 4323 আৰু AS15P 5297 নম্বৰৰ বাইক চাৰিজন বাইক চোৰে লৈ আহি আছিল ৷ চোৰ কেইটাই ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠা আহি পোৱাৰ লগে লগে আৰক্ষীৰ অভিযানত দুটা চোৰ কৰায়ত্ত কৰে যদও অইন দুজন চোৰ পলায়ন কৰে ৷ আটকাধীন চোৰ দুটাৰ ঘৰ বৰপেটাৰ পালহাজীৰ মাইলকুচিত বুলি জানিব পৰা গৈছে ৷ চোৰ দুটাক বৰপেটাৰোড আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷Body:বৰপেটাৰোড 31 জানুৱাৰী : বৰপেটাৰোডৰ বালাভিঠাৰ পৰা তিনিখন বাইক সহ দুজন বাইক চোৰক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ লগতে অন্য দুজন চোৰ পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটা আকিবুল ভূঞা আৰু হাবিজুল ভূঞা ৷ চিৰাঙৰ বিজনীৰ পৰা চাৰিজন চোৰে তিনিখন বাইক চুৰ কৰি লৈ আহি আছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে শুক্ৰবাৰে এক গোপন সুত্ৰৰ ভিত্তিত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বালাভিঠাৰ পৰা তিনিখন বাইক সহ দুজন বাইক চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ AS 0B 0893, AS 15M 4323 আৰু AS15P 5297 নম্বৰৰ বাইক চাৰিজন বাইক চোৰে লৈ আহি আছিল ৷ চোৰ কেইটাই ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠা আহি পোৱাৰ লগে লগে আৰক্ষীৰ অভিযানত দুটা চোৰ কৰায়ত্ত কৰে যদও অইন দুজন চোৰ পলায়ন কৰে ৷ আটকাধীন চোৰ দুটাৰ ঘৰ বৰপেটাৰ পালহাজীৰ মাইলকুচিত বুলি জানিব পৰা গৈছে ৷ চোৰ দুটাক বৰপেটাৰোড আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.