ETV Bharat / state

বৰপেটাৰোড প্ৰেছ ক্লাৱত উন্মোচন দুখন গ্ৰন্থ - বৰপেটাৰোড প্ৰেছ ক্লাৱত উন্মোচন দুখন গ্ৰন্থ

বৰপেটাৰোড প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় বহু কেইখন গ্ৰন্থ ৷ সভাত উপস্থিত থাকে বহু গণ্য-মান্য ব্যক্তি ৷

বৰপেটাৰোড প্ৰেছ ক্লাৱত দুখন গ্ৰন্থ উন্মোচন
author img

By

Published : Nov 4, 2019, 4:41 AM IST

Updated : Nov 4, 2019, 9:54 AM IST

বৰপেটা, 3 অক্টোবৰ : দেওবাৰে বৰপেটাৰোড প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্নোচনী সভা ৷ সভাখনত বিশিষ্ট সাহিত্যিক তথা বিএইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেন্দ্ৰ কুমাৰ দাসৰ উপস্থিতিত কবি,সাহিত্যিক মণিকা ভৌমিকৰ বাংলা ভাষাত কাব্য "জীৱনতো একটাই" উন্মোচন কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে ৷ অনুষ্ঠানত জেষ্ঠ নাগৰিক দ্বীপেন বর্মন,বৰপেটাৰোড প্ৰেছ ক্লাৱৰ সভাপতি ভেইৰু কুমাৰ শৰ্মা, মঞ্জু দত্তসহ বিশিষ্ট সাহিত্যিক মানিকলাল ভৌমিক উপস্থিত থাকে ৷ অৱসৰপ্ৰাপ্ত বেংক বিষয়া,সাহিত্যিক মানিকলাল ভৌমিকে সুদীৰ্ঘ দিন সাহিত্য চৰ্চাৰ লগত জড়িত থাকি বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ৷

বৰপেটাৰোড প্ৰেছ ক্লাৱত দুখন গ্ৰন্থ উন্মোচন
অন্য খবৰৰ বাবে : সাৱধান তিনিচুকীয়া ! বন্দুক দেখুৱাই লুটি নিব পাৰে আপোনাৰ ধন'

Intro:বৰপেটাৰোড 3 অক্টোবৰ : বৰপেটাৰোড প্রেছ ক্লাৱত দেওবাৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ সভাখনত বিশিষ্ট সাহিত্যিক ডা' মানিকলাল ভৌমিকৰ অসমীয়া উপন্যাস 'অনুসন্ধান ' উন্মোচন কৰে বিএইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেন্দ্র কুমাৰ দাসে। উক্ত অনুষ্ঠানত কবি,সাহিত্যিক মণিকা ভৌমিকৰ বাংলা ভাষাত কাব্য "জীবনতো একটাই" উন্মোচন কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে । অনুষ্ঠানত জেষ্ঠ নাগৰিক দ্বীপেন বর্মন,বৰপেটাৰোড প্রেছ ক্লাৱৰ সভাপতি ভেইৰু কুমাৰ শৰ্মা, মঞ্জু দত্ত, সহ বিশিষ্ট সাহিত্যিক মানিকলাল ভৌমিক উপস্থিত থাকে। অৱসৰ প্ৰাপ্ত বেংক বিষয়া, সাহিত্যিক মানিকলাল ভৌমিকে সুদীৰ্ঘ দিন সাহিত্যচর্যাৰ লগত জড়িত থাকি ভালেকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। সাহিত্যিক গৰাকীৰ এই প্ৰচেষ্টাক বৰপেটাৰোডৰ সাহিত্য প্রেমীলোকে প্ৰশংসা কৰিছে।Body:বৰপেটাৰোড 3 অক্টোবৰ : বৰপেটাৰোড প্রেছ ক্লাৱত দেওবাৰে গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ সভাখনত বিশিষ্ট সাহিত্যিক ডা' মানিকলাল ভৌমিকৰ অসমীয়া উপন্যাস 'অনুসন্ধান ' উন্মোচন কৰে বিএইচ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেন্দ্র কুমাৰ দাসে। উক্ত অনুষ্ঠানত কবি,সাহিত্যিক মণিকা ভৌমিকৰ বাংলা ভাষাত কাব্য "জীবনতো একটাই" উন্মোচন কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে । অনুষ্ঠানত জেষ্ঠ নাগৰিক দ্বীপেন বর্মন,বৰপেটাৰোড প্রেছ ক্লাৱৰ সভাপতি ভেইৰু কুমাৰ শৰ্মা, মঞ্জু দত্ত, সহ বিশিষ্ট সাহিত্যিক মানিকলাল ভৌমিক উপস্থিত থাকে। অৱসৰ প্ৰাপ্ত বেংক বিষয়া, সাহিত্যিক মানিকলাল ভৌমিকে সুদীৰ্ঘ দিন সাহিত্যচর্যাৰ লগত জড়িত থাকি ভালেকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। সাহিত্যিক গৰাকীৰ এই প্ৰচেষ্টাক বৰপেটাৰোডৰ সাহিত্য প্রেমীলোকে প্ৰশংসা কৰিছে।Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Last Updated : Nov 4, 2019, 9:54 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.