ETV Bharat / state

বৰপেটাত পথ দুৰ্ঘটনা, বাগৰি পৰিল চাউল কঢ়িয়াই নিয়া ট্ৰাক

author img

By

Published : May 27, 2020, 1:22 PM IST

বুধবাৰে বৰপেটাৰ প্ৰশান্তি ল'জৰ সন্মুখত এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয় ৷ পথৰ মাজত ট্ৰাকখনৰ সন্মুখলৈ অহা গৰু বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় সংহত শিশু উন্নয়ণ প্ৰকল্পৰ চাউল কঢ়িয়াই নিয়া ট্ৰাকখন ৷

বৰপেটাত পথ দুৰ্ঘটনা
বৰপেটাত পথ দুৰ্ঘটনা

বৰপেটা 27 মে’: বৰপেটা চহৰৰ প্ৰশান্তি ল'জৰ সন্মুখত বুধবাৰে হোৱা পথ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে বাগৰি পৰে এখন চাউলভৰ্তি ট্ৰাক ৷ দুৰ্ঘটনাত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন আঘাতপ্ৰাপ্ত হয় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুয়োজন ৷ ধুবুৰীৰ পৰা মুকালমুৱালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা ৷

বৰপেটাত পথ দুৰ্ঘটনা

উল্লেখ্য যে, AS-17-B-2932 নম্বৰৰ ট্ৰাকখনে সংহত শিশু উন্নয়ণ প্ৰকল্পৰ চাউল কঢ়িয়াই লৈ গৈছিল বুলি জানিব পৰা গৈছে ৷ পথৰ মাজত সন্মুখলৈ অহা গৰু বচাবলৈ গৈ লুটি খাই পৰে ট্ৰাকখন ৷

লগতে পঢ়ক: কৰ'ণা আতংকঃ অৰুণাচল বাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.