ETV Bharat / state

নিবনুৱাক সংস্থাপনৰ লক্ষ্যৰে বৰপেটাত ৫,৪০০ জনলৈ ঋণ - indrustry

উদ্যোগ স্থাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উদ্যোগ বিভাগে আগবঢ়াব সহায়ৰ হাত

স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনিৰ শুভাৰম্ভ
author img

By

Published : Feb 14, 2019, 8:23 PM IST

বৰপেটা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক আত্ম-নিৰ্ভৰশীল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে গ্ৰহন কৰিছে স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনি ৷ এই আঁচনিৰ জৰিয়তে উদ্যোগ স্থাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উদ্যোগ বিভাগে আগবঢ়াব সহায়ৰ হাত ৷

উদ্যোগ স্থাপনৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উদ্যোগ বিভাগে আগবঢ়াব সহায়ৰ হাত
বৃহস্পতিবাৰে বৰপেটাত জিলা পুথিভৰাল প্ৰেক্ষাগৃহত স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ আঁচনিখন শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বেংকৰ জৰিয়তে নিবনুৱা সকলক অতি সহজতে ঋণ প্ৰদানৰ ব্যৱস্থা হাতত লৈছে ৷ চৰকাৰে নতুনকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ টকা আৰু পূৰ্বতে স্থাপিত উদ্যোগ সম্প্ৰসাৰনৰ বাবে ২ লাখ টকাৰ ঋণ প্ৰদান কৰিব ৷
undefined

বৰপেটা জিলাত এই আচনিৰ জৰিয়তে ৫,৪০০ গৰাকী নিবনুৱাক উদ্যোগ স্থাপনৰ বাবে ঋণ প্ৰদান কৰিব বুলি জিলা উদ্যোগ কেন্দ্ৰৰ বিষয়াই জানিবলৈ দিছে ৷ এই অনুষ্ঠানতে আজি ৮০০ গৰাকী নিবনুৱা যুৱক যুৱতীক বেংকৰ ঋণ মঞ্জুৰি পত্ৰ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, অনিল দাস, শংকৰ দাস আদিৰ লগতে বেংক বিষয়াসকলো উপস্থিত থাকে।

নিবনুৱাক আত্মসংস্থাপনৰ লক্ষ্যৰে বৰপেটাত ৫,৪০০ জনলৈ ঋণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.