অসমীয়া বোলছবিৰ তাৰকা অভিনেতা নিপন গোস্বামীলৈ জন্মদিনৰ শুভেচ্ছা
সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশৰ এটাৰ মাজত ডাঙৰ-দীঘল হোৱা নিপন গোস্বামীয়ে বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক চায়েই অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল । মাত্ৰ 8/9 বছৰ বয়সতে মঞ্চত অভিনয় কৰিছিল নিপন গোস্বামীয়ে ৷ অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা সকলৰ ভিতৰত অন্যতম নিপন গোস্বামীক জন্মদিনৰ এই দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কমনা কৰিলো...
জেলত থকা স্বামীক ড্ৰাগছ দিবলৈ আহি আটক পত্নী
কাৰাগাৰত থকা স্বামীক হেৰ’ইন যোগান ধৰিবলৈ আহি ধৰা পৰিল পত্নী । জিলা কাৰাগৰ আৰক্ষীৰ তালাচীত জব্দ হেৰ’ইন খিনি । ইতিমধ্যে মৰিগাঁও আৰক্ষী জিলা কাৰাগাৰত উপস্থিত হৈ জেৰা চলাইছে মহিলাগৰাকীক ।
Miss You Sidharth : সিদ্ধাৰ্থৰ মৃত্যুত শোকস্তব্ধ বি-টাউন
এটা ‘সুন্দৰ ব্যক্তিত্ব’... এক ‘প্ৰতিভাশালী জীৱন’...চলমান খান(Salman Khan), অক্ষয় কুমাৰ(Akshay Kumar), অজয় দেৱগন(Ajay Devgn) আৰু মাধুৰী দীক্ষিত নেনেকে(Madhuri Dixit Nene) ধৰি প্ৰায় সংখ্যক বলীউড তাৰকা এইদৰে শোকস্তব্ধ হৈ পৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ(Sidharth Shukla) অকাল মৃত্যুত ৷ ছ’চিয়েল মিডিয়াযোগে শোকবাৰ্তা প্ৰেৰণ কৰাৰ লগতে কিছুসংখ্যকে সিদ্ধাৰ্থৰ বাসগৃহত উপস্থিত হৈ তেওঁলৈ জনায় অন্তিম শ্ৰদ্ধাঞ্জলি ৷
নামৰূপ সাৰ কাৰখানাৰ পৰাই চলিছে ৰাসায়নিক সাৰৰ বৃহৎ ক'লা বজাৰ
সৰিয়হৰ ডুলিতেই ভূত ৷ নামৰূপ সাৰ কাৰখানৰ পৰাই চলিছে ৰাসায়নিক সাৰৰ বৃহৎ ক'লা বজাৰ ৷ সাৰ কাৰখানাৰ মাৰ্কেটিং বিভাগৰ পৃষ্ঠপোষকতাতেই চলিছে সাৰৰ বৃহৎ ক'লা বজাৰ ৷ সাৰৰ চোৰাং বেহা চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সাৰ উদ্যোগটোৰ চীফ মাৰ্কেটিং মেনেজাৰ, এৰিয়া মেনেজাৰসহ ঠিকাদাৰ ৷
চতিয়ালৈ আহি কিয় অভিভূত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা ?
প্ৰতিকূল বতৰকো নেওচি বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে চতিয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নাগশংকৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাগশংকৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ডিম্পল কুমাৱত হত্যাকাণ্ডৰ A to Z
অৱশেষত আৰক্ষী জেৰাত ডিম্পল হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । আশিক গুপ্তাৰ বন্ধু বাৰোৱাৰীৰ চিণ্টু দাসৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ডিম্পলৰ ম’বাইল ফোনটো । অভিযুক্তই এটা ড্ৰামৰ তলত লুকুৱাই ৰাখিছিল মোবাইলটো । মোবাইলৰ পৰা চিম কাৰ্ড পৃথক কৰিছিল অভিযুক্তই । কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰে ভ’ডাফোন নেটৱৰ্কৰ চিমকাৰ্ডখনো ।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম বাহাল থকাক লৈ সুখী অসমবাসী : বিজেপি
সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা । কংগ্ৰেছ দলে পৰা হ'লে 'ছোনীয়া গান্ধী তাজমহল', 'ৰাজীৱ গান্ধী কুটুবমিনাৰ' আদি নামকৰণ কৰিলেহেঁতেন। গৌৰৱ গগৈয়ে মূলতঃ মিঞা অধ্যুষিত ধিং আৰু ৰূপহীহাট সমষ্টিৰ ৮০শতাংশ ভোট পাইহে বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল । গতিকে গৌৰৱ গগৈৰ দৰে নেতাৰ মিঞা প্ৰীতি আৰু পৰিয়াল বন্দনা অতি স্বাভাৱিক বুলি কলে পবিত্ৰ মাৰ্ঘেৰিটাই ।
কিশোৰী অপহৰণ; পৰিয়ালৰ অভিযোগৰ ভিত্তিত দুগৰাকীক আটক সৰুপথাৰ আৰক্ষীৰ
সৰুপথাৰ নগৰত দিন দুপৰতে সংঘটিত হৈছে কিশোৰী অপহৰণৰ ঘটনা । পৰিয়ালৰ অভিযোগ অনুসৰি পাৰ্থ দাস আৰু ৰিংকি দাস নামৰ এটা দম্পত্তিক আটক কৰিছে আৰক্ষীয়ে ৷
চন্দ্ৰপুৰৰ ২৬৮ কোটি টকীয়া পানী যোগান প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ দাসৰ
চন্দ্ৰপুৰত পানী যোগান প্ৰকল্প পৰিদৰ্শন অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু পঞ্চায়ত-গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসৰ । মাঘ বিহুৰ পূৰ্বে ২৬৮ কোটি টকীয়া নীৰ নিৰ্মল পৰিযোজনাৰ অধীনত চন্দ্ৰপুৰ অঞ্চলৰ ১২ হাজাৰ পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱা পানী ।
জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান
ভদিয়া বানে সংহাৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ অসমৰ বিভিন্ন জিলাত কেবাখনো গাঁও জলমগ্ন হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহৎ অঞ্চলত বৰ্তমান ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰিছে । ইফালে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চাশ শতাংশ অঞ্চল সম্প্ৰতি জলমগ্ন অৱস্থাত আছে ৷