ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 1, 2022, 6:57 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Massive Fire in Jabalpur Hospial : জব্বলপুৰৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডত নিহত ১০ জন

মধ্যপ্রদেশৰ জব্বলপুৰৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত (Massive Fire in Jabalpur Hospital) নিহত হৈছে ১০ জনকৈ লোক । হাস্পতালখনত সোমবাৰে দুপৰীয়া অগ্নিকাণ্ড সংঘটিত হোৱা বুলি খবৰ (10 killed in Jabalpur Hospital fire) ।

Ajanta Neog Controversy: নিজৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ অজন্তা নেওগৰ

মন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ(Minister Ajanta Neog controversy) ৷ মন্ত্ৰীগৰাকী ঘৰত নথকা সময়ত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত তেওঁ দায়ী নহয় বুলি মন্তব্য ৷ আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্ত মন্ত্ৰীগৰাকীৰ ৷ আনহাতে বানৰ সময়ত অসমত ৩,৮০০ টকাৰ নামত দুৰ্নীতি হোৱাৰ কথা অস্বীকাৰ মন্ত্ৰী অজন্তা নেওগৰ ।

Mission Bhumiputra portal: ভূমিপুত্ৰৰ বাবে মুকলি ‘‘মিছন ভূমিপুত্ৰ’’ পৰ্টেল

সোমবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুকলি কৰা হয় ‘‘মিছন ভূমিপুত্ৰ’’ পৰ্টেল (Assam CM Launches Mission Bhumiputra Portal) ৷ ৰাজ্যবাসীৰ বাবে এই পৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Child Trafficking in Baksa : বিটিআৰৰ পাঁচ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি শিশু সৰবৰাহ

২০১৯ বৰ্ষৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বিভিন্ন কাম দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন স্থানলৈ ২১৯ গৰাকী শিশু মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে (219 child rescued from human trafficking amongst country) । আনহাতে, কেৱল চিৰাং জিলাৰে ৮২গৰাকী শিশু গেংটকৰ পৰা উদ্ধাৰ কৰা হৈছে ।

Rape accused arrested: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱকক আটক

কিশোৰী ধৰ্ষণৰ গোচৰত বৰপেটাত আটক যুৱক ৷ ষোল্ল বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক (Teenage girl rape in Barpeta)। গ্ৰেপ্তাৰ হোৱা অভিযুক্তটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেশালীপামৰ দেলবৰ আলীৰ ২১ বছৰীয়া পুত্ৰ আবু তালেব বুলি জানিব পৰা গৈছে ।

Balochistan Floods: বেলুচিস্তানত বানৰ প্ৰলয়, 124 জনৰো অধিক লোকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তানত হৃদয় বিদাৰক পৰিস্থিতি ৷ তীব্ৰ খৰাঙৰ পাছতেই এতিয়া বনৰ কবলত চকুলো টুকিছে বেলুচিস্তানবাসীয়ে (Balochistan floods)৷ এই প্ৰলয়ংকাৰী বানৰ ফলত জিলাখনৰ প্ৰায় 10,000 হাজাৰকতৈ অধিক ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এতিয়ালৈ 124 জন লোক মৃত্যুৰ মুখত পৰিছে (Over 124 killed in Balochistan floods) ৷

Monkeypox: কেৰালাত মৃত্যু হোৱা যুৱকৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি

কেৰালাত মৃত্যু হোৱা যুৱকৰ শৰীৰক মাংকিপক্সৰ অৱস্থিতিৰ ঘটনা পোহৰলৈ আহিছে ৷ যোৱা ৩০ জুলাইত কেৰালাত এজন ২২ বছৰীয়া মৃত্যু হয় ৷ ইয়াৰ পিছতে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইতিমধ্যে যুৱকজনৰ শৰীৰত মাংকিপক্সৰ স্থিতি ধৰা পৰিছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে (Samples of deceased Kerala man come out positive for monkeypox)৷

Vineet committed suicide case: দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ

অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল অভিযুক্ত সঞ্জয় শৰ্মা ৷ সঞ্জয় শৰ্মা হৈছে ডিব্ৰুগড়ৰ প্ৰকৃতি প্ৰেমী যুৱক বিনীত বাগাৰীয়াৰ আত্মহত্যা (Animal activist Vineet Bagaria found dead at his residence) ঘটনাৰ লগত জড়িত অন্যতম অভিযুক্ত ৷ দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা অভিযুক্ত সঞ্জয় শৰ্মাই সোমবাৰে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে ৷

Rhinoceros Horn Poachers Arrested: বিহালী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৪ কুখ্যাত চোৰাং চিকাৰী

চোৰাং চিকাৰীৰ বিৰুদ্ধে বিহালী আৰক্ষীৰ অভিযান । গ্ৰেপ্তাৰ কুখ্যাত ৪ চোৰাং চিকাৰী (4 rhinoceros poachers arrested at Behali)।

Woman found alive after murdered by husband: সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল মৃত মহিলা

আমি সততে মৃত লোকক জী উঠাৰ কথা সাধু কথাতহে শুনিছো ৷ কিন্তু এইয়া সম্ভৱ হৈছে বাস্তৱতো ৷ সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল স্বামীয়ে হত্যা কৰা এগৰাকী মহিলা (Woman murdered by husband)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.