ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ - Himanta Bishwa Sharma

কোৰেণ্টাইন চেণ্টাৰত দেখা দিয়া বিভিন্ন বিসংগতি সম্পৰ্কে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল। সংবাদমেল সম্বোধন কৰি কোৰেণ্টাইন চেণ্টাৰৰ সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰক অৱগত কৰে বিধায়ক গৰাকীয়ে ।

কোৰেণ্টাইন চেণ্টাৰ
হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ
author img

By

Published : Jun 2, 2020, 5:35 PM IST

জনীয়া, ২ জুনঃ কোৰেণ্টাইন চেণ্টাৰত দেখা দিয়া বিভিন্ন ধৰণৰ সমস্যা সন্দৰ্ভত বৰপেটা জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল। মঙলবাৰে কলগাছিয়াত সংবাদ মেল সম্বোধন কৰি কোৰেণ্টাইন চেণ্টাৰৰ সমস্যা সন্দৰ্ভত ৰাজ্য চৰকাৰক অৱগত কৰে বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে ।

হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনীয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ

সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কোৰেণ্টাইন চেণ্টাৰত দেখা দিয়া খাদ্য, বিশুদ্ধ খোৱা পানী, কেন্দ্ৰত থকা সকলো লোকে এখন প্ৰস্ৰাৱ-পায়খানা ব্যৱহাৰ আদিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

লগতে চাওকঃ তামুলপুৰত যুৱকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.