ETV Bharat / state

বৰপেটাৰ পালহাজীত কৃষক মুক্তিৰ বৃহৎ প্ৰতিবাদী সমদল - প্ৰতিবাদ

সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

BORPETA
author img

By

Published : Feb 9, 2019, 10:54 PM IST

বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদ নগৰ চহৰৰ পৰা ক্ৰমাৎ সম্প্ৰসাৰিত হৈছে ভিতৰুৱা গ্ৰামাঞ্চললৈও ৷

BORPETA
undefined

শনিবাৰে বৰপেটাৰ পালহাজীৰ বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদত নামিল সহস্ৰাধিক ছাত্ৰ ছাত্ৰী ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পালহাজী আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত পালহাজীত বৃহৎ প্ৰতিবাদী সমদলত অংশ লৈ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী তোলে ৷ অঞ্চলটোৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় ছুটীৰ পিচত বিদ্যালয়ৰ পৰা ওলাই আহি বিধেয়ক বিৰোধী এ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ৷ আনহাতে প্ৰতিবাদী সমদল কাৰ্যসূচীৰ লগতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰি যিকোনো মূল্যৰ বিনিময়ত হ'লেও নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ বাবে বদ্ধপৰিকৰ বুলি নিজৰ স্থিতি দোহাৰে কৃষক নেতাসকলে ৷

Slug:      A_BAR_9FEB_806
_CAB_PROTEST_THOUSAND_STUDENT_AT_PALHAZI_VIS_BAPKAN_DAS                     
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীঃ বৰপেটাৰ পালহাজীত কৃষক মুক্তিৰ বৃহৎ প্ৰতিবাদী সমদলঃ অংশ ললে হেজাৰোধিক ছাত্ৰছাত্ৰীয়ে ৷  

বৰপেটা, ৯ ফেব্ৰুৱাৰীঃ  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদ নগৰ চহৰৰ পৰা ক্ৰমাৎ  সম্প্ৰসাৰিত হৈছে ভিতৰুৱা গ্ৰামাঞ্চললৈও ৷ আজি বৰপেটাৰ সংখ্যালঘু অধ্যুষিত পালহাজীত বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদত নামিল হেজাৰোধিক স্কুলীয়া ছাত্ৰ ছাত্ৰী ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পালহাজী আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত পালহাজীত বৃহৎ প্ৰতিবাদী সমদলত  অংশ লৈ হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী তোলে ৷ বৃহত্তৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলটোৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় ছুটীৰ পিচত বিদ্যালয়ৰ পৰা ওলাই আহি বিধেয়ক বিৰোধী এই প্ৰতিবাদী সমদলত অংশগ্ৰগন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,   বিজেপি চৰকাৰ মূৰ্দাবাদ, নৰেন্দ্ৰ মোডী গ'বেক, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, ড0 হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়ে ৷ আনহাতে প্ৰতিবাদী সমদল কাৰ্যসূচীৰ লগতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাখনত অংশগ্ৰহন কৰি  যিকোনো মূল্যৰ বিনিময়ত হলেও নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ বাবে বদ্ধপৰিকৰ বুলি নিজৰ স্থিতি দোহাৰে কৃষক নেতাসকলে ৷

--- বাপকন দাস, বৰপেটা                                                            
 ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.