ETV Bharat / state

কিষান সন্মান নিধিত দুৰ্নীতিঃ কৃষি বিষয়াৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি - সৰৱ

বৰপেটা জিলাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে । অভিযোগ মতে, জিলাখনৰ আই ডি প্ৰাপ্ত প্ৰতিজন কৃষকৰ আই ডি আৰু পাছৱৰ্ড একাংশ দুৰ্নীতি গ্ৰস্ত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক ৫০ ৰ পৰা ৭০ হেজাৰ টকাত বিক্ৰী কৰে । অতি শীঘ্ৰে প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

কৃষি বিষয়াৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Aug 8, 2019, 11:13 AM IST

বৰপেটা, 8আগষ্ট: বৰপেটাত প্ৰধান মন্ত্ৰী কিষান সন্মান নিধি আঁচনিত ব্যাপক দুৰ্নীতি । কৃষি বিষয়াই আই ডি আৰু পাছৱৰ্ড বিক্ৰীৰ অভিযোগ ।

কৃষি বিষয়াৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ বাবে কিষান সন্মান নিধি আঁচনি নামৰ এক আঁচনি উদ্বোধন কৰিছিল । আঁচনি মতে ১৮ ৰ উৰ্ধৰ আৰু ৬০ ৰ তলৰ সকলো কৃষকক ২ হেজাৰকৈ তিনিটা কিস্তিত মুঠ ৬ হেজাৰ টকা আবন্টন দিছিল । কিন্তু এই আচঁনিত বৰপেটা জিলাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে । অভিযোগ মতে, জিলাখনৰ আই ডি প্ৰাপ্ত প্ৰতিজন কৃষি বিষয়াই নিজৰ আই ডি আৰু পাছৱৰ্ড একাংশ দুৰ্নীতি গ্ৰস্ত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক ৫০ ৰ পৰা ৭০ হেজাৰ টকাত বিক্ৰী কৰে । ফলত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰে হিতাধিকাৰীয়ে আৱেদন কৰাৰ সময়ত ৫০০ টকা আৰু আঁচনিৰ ধন উঠোৱাৰ সময়ত ২ হেজাৰৰ পৰা ১ হেজাৰ টকা আদায় দিব লগা হয় । ইয়াৰ উপৰিও এই গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা কোনোধৰণৰ ভেৰিফিকেচন নোহোৱাকৈ কেন্দ্ৰৰ অধীনত থকা সকলো শ্ৰেণীৰ গ্ৰাহকৰ একাউণ্টত দিছে আঁচনিৰ ধন । এই ঘটনাত ক্ষুব্ধ হৈ অতি শীঘ্ৰে প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷ যদি চৰকাৰ তথা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলনৰ কার্যসূচী হাতত লোৱাৰ কথা ব্যক্ত কৰে ছাত্ৰ মুক্তি সংগঠনটোৱে ৷

Intro:slug: as_jania_8aug_kisan_sanman_nidhi_scam_vis2+byt1+pho1_spl_pkg_story_asc10058

জনীয়া, ০৮ আগষ্ট: বৰপেটাত প্ৰধান মন্ত্রী কিশান সন্মান নিধি আঁচনিত ব্যাপক দুৰ্নীতি। কৃষি বিষয়াই আই ডি আৰু পাছৱৰ্ড বিক্ৰীৰ অভিযোগ। কৃষি বিষয়াই বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক ৫০-৭০ হেজাৰ টকাত বিক্ৰীৰ অভিযোগ। তদন্তৰ দাবী।Body:slug: as_jania_8aug_kisan_sanman_nidhi_scam_vis2+byt1+pho1_spl_pkg_story_asc10058

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ বাবে কিশান সন্মান নিধি আঁচনি নামৰ এক আঁচনি উদ্বোধন কৰিছিল। আঁচনি মতে ১৮ ৰ উৰ্ধৰ আৰু ৬০ ৰ তলৰ সকলো কৃষকক ২ হেজাৰকৈ তিনিটা কিস্তিত মুঠ ৬ হেজাৰ টকা আবন্টন দিছিল। কিন্তু এই আচঁনিত বৰপেটা জিলাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আশ্ৰাফুল ইছলামে। প্ৰাপ্ত অভিযোগ মতে, জিলাখনৰ আই ডি প্ৰাপ্ত প্ৰতিজন কৃষি বিষয়াই নিজৰ আই ডি আৰু পাছৱৰ্ড একাংশ দুৰ্নীতিগ্রস্থ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰক ৫০ ৰ পৰা ৭০ হেজাৰ টকাত বিক্ৰী কৰে। ফলত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰে হিতাধিকাৰীয়ে আৱেদন কৰাৰ সময়ত ৫০০ টকা আৰু আঁচনিৰ ধন উঠোৱাৰ সময়ত ২ হেজাৰৰ পৰা ১ হেজাৰ টকা ৰাখি দিয়ে। ইয়াৰ উপৰিও এই গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা কোনো ধৰণৰ ভেৰিফিকেচন নোহোৱাকৈ কেন্দ্ৰৰ অধীনত থকা সকলো শ্ৰেণীৰ গ্ৰাহকৰ একাউণ্টত দিছে আঁচনিৰ ধন। এই ক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল চৰকাৰক তদন্তৰ জৰিয়তে এই বিষয়া সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃত কৃষকে আঁচনিৰ সুবিধা লাভ কৰিব। যদি চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰেতেন্তে আন্দোলনৰ কার্যসূচী হাতত লোৱাৰ কথা ব্যক্ত কৰে ছাত্ৰ মুক্তিৰ নেতা আশ্রফুল ইছলামে।Conclusion:slug: as_jania_8aug_kisan_sanman_nidhi_scam_vis2+byt1+pho1_spl_pkg_story_asc10058

মন্তব্য: ছাত্ৰ মুক্তিৰ নেতা আশ্রফুল ইছলামৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.