ETV Bharat / state

সৰুক্ষেত্ৰীত AIUDF প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ মনোনয়ন দাখিল

author img

By

Published : Mar 19, 2021, 7:19 PM IST

মহাজোঁটৰ অংশীদাৰ হোৱাৰ পিচতো সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নমা AIUDFৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ মনোনয়ন দাখিলৰ পিচতে মীনাক্ষী ৰহমানে মন্তব্য কৰে যে, যুদ্ধ আৰম্ভ হ'ল, ৬ এপ্ৰিলত যুদ্ধৰ সামৰণি পৰিব ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰ কোনো ফেক্টৰ নহয় ৷

সৰুক্ষেত্ৰীত AIUDF প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ মনোনয়ন দাখিল
সৰুক্ষেত্ৰীত AIUDF প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ মনোনয়ন দাখিল

বৰপেটা ১৯ মাৰ্চ: বৰপেটাত মীনাক্ষী ৰহমানৰ মনোনয়ন দাখিল ৷ মীনাক্ষী ৰহমান সৰুক্ষেত্ৰী সমষ্টিৰ AIUDF প্ৰাৰ্থী ৷ সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ আৰু AIUDF ৰ মাজত হ’ব বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা ৷ সমষ্টিটোত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু অগপৰ প্ৰাৰ্থী তথা জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব মীনাক্ষী ৰহমানে ৷

মহাজোঁটৰ অংশীদাৰ হোৱাৰ পিচতো সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতাত নমা AIUDFৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ মনোনয়ন দাখিলৰ পিচতে মীনাক্ষী ৰহমানে মন্তব্য কৰে যে, যুদ্ধ আৰম্ভ হ'ল, ৬ এপ্ৰিলত যুদ্ধৰ সামৰণি পৰিব ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰ কোনো ফেক্টৰ নহয় ৷ লগতে মীনাক্ষী ৰহমানৰ দাবী সৰুক্ষেত্ৰীৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে ৷ সৰুক্ষেত্ৰীৰ ৰাইজে দুৰ্নীতি আৰু কমিছনৰাজ উৎখাত কৰিব বিচাৰিছে ৷ এইবাৰ নতুন মুখ চাব বিচাৰিছে ৰাইজে ৷ সকলোৰে পচন্দৰ প্ৰাৰ্থী হিচাপে AIUDFৰ মীনাক্ষী ৰহমানক নিৰ্বাচিত কৰিছে বুলিও মন্তব্য নেত্ৰী গৰাকীৰ ৷ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত মাটিক পট্টা, বাট-পথৰ উন্নয়ন, কাঁহ আৰু ঢাৰি শিল্পৰ উন্নয়নত মনোনিবেশ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মীনাক্ষী ৰহমানে ৷

লগতে পঢ়কঃ ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.