ETV Bharat / state

সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াস বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ

author img

By

Published : Sep 10, 2022, 1:53 PM IST

বৰপেটা সত্ৰৰ সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াস সত্ৰ পৰিচালনা সমিতিৰ(Efforts to preserve sattriya tradition) ৷ ভক্ত দৰ্শণাৰ্থীক সত্ৰৰ মুল কীৰ্তনঘৰৰ ভিতৰত জাতীয় সাজপাৰ পৰিধান কৰি প্ৰৱেশ কৰাৰ অনুৰোধ সত্ৰ পৰিচালনা সমিতিৰ(Requested to devotees to wear traditional attire) ৷

request to devotees from barpeta satra
বৰপেটা সত্ৰৰ সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াস সত্ৰ পৰিচালনা সমিতিৰ

বৰপেটা,১০ ছেপ্টেম্বৰ: বৰপেটা সত্ৰৰ মুল কীৰ্তনঘৰ বা নামঘৰত প্ৰবেশৰ সময়ত ভক্ত দৰ্শনাৰ্থীক জাতীয় সাজপাৰ পৰিধানৰ আহ্বান বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ ৷ সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াস হিচাপে সত্ৰলৈ অহা ভক্ত দৰ্শনাৰ্থীসকলে সত্ৰৰ মুল কীৰ্তনঘৰত প্ৰৱেশৰ সময়ত জাতীয় সাজপাৰ পৰিধান কৰিবলৈ আহ্বান জনাইছে সত্ৰ সমিতিয়ে(Requested to devotees to wear traditional attire) ৷

সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ প্ৰয়াস বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ

সত্ৰৰ মৰ্যাদা আৰু সত্ৰীয়া পৰম্পৰা ৰক্ষাৰ বাবেই ভক্ত দৰ্শনাৰ্থীক জাতীয় সাজপাৰ পৰিধান কৰি আহিবলৈ অনুৰোধ জনাইছে বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে(Efforts to preserve sattriya tradition) ৷ অবশ্যে এয়া আজিৰ তাৰিখত বাধ্যতামূলক হিচাপে গ্ৰহণ কৰা নাই যদিও সত্ৰৰ গৰিমা আৰু পৰম্পৰাসমুহ জীয়াই ৰখাৰ বাবেই প্ৰথম অৱস্থাত অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে সত্ৰ সমিতিয়ে ৷

অৱশ্যে কোনো ভক্ত-দৰ্শনাৰ্থীয়ে বিচাৰিলে সত্ৰৰ কীৰ্তনঘৰত প্ৰৱেশৰ সময়ত সত্ৰ পৰিচালনা সমিতিয়ে চুৰীয়া চোলা প্ৰদান কৰিব বুলি জানিবলৈ দিছে সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকে ৷ মহাপুৰুষ মাধৱদেৱ গুৰুৱে স্থাপন কৰা বৰপেটা সত্ৰৰ কীৰ্তনঘৰত প্ৰৱেশৰ সময়ত চুৰীয়া বা জাতীয় সাজ পৰিধানৰ বাবে সত্ৰ সমিতিয়ে জনোৱা আহ্বান এক আদৰণীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক: তেজপুৰত যাত্ৰীবাহী বাছৰে সংঘৰ্ষ চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.