ETV Bharat / state

সৰ্থেবাৰীত ডঃ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন

author img

By

Published : Nov 22, 2019, 4:27 AM IST

আনহাতে মহকুমা কাৰ্যকৰী কৰাৰ বাবেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে এতিয়া বিজেপিৰ চৰকাৰে মহকুমা প্ৰয়োজন ভিত্তিত কাৰ্যকৰী কৰিব । তাৰ কাৰণে চৰকাৰে সুকীয়া কৌশল অৱলম্বন কৰিছে বুলিও মন্তব্য কৰে ৰঞ্জিৎ কুমাৰ দাসে ।

সৰ্থেবাৰী

বৰপেটা , 22 নৱেম্বৰ: "কেব সম্পৰ্কে একো নজনাকৈ একাংশ লোকে এনেই হৈ হাল্লা কৰি আছে । এন আৰ চিৰ 1951 চন ভিত্তি বৰ্ষ সম্পৰ্কে দলীয়ভাবে এতিয়ালৈ একো আলোচনা কৰা হোৱা নাই । এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব।" বৃহস্পতিবাৰে সৰ্থেবাৰীত ডঃ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ।

ডঃ বি আৰ আম্বেদকাৰ ভৱন

আনহাতে মহকুমা কাৰ্যকৰী কৰাৰ বাবেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে এতিয়া বিজেপিৰ চৰকাৰে মহকুমা প্ৰয়োজন ভিত্তিত কাৰ্যকৰী কৰিব । তাৰ কাৰণে চৰকাৰে সুকীয়া কৌশল অৱলম্বন কৰিছে বুলিও মন্তব্য কৰে ৰঞ্জিৎ কুমাৰ দাসে । ইয়াৰোপৰি জিলাখনত স্থানীয় বিধায়ক গৰাকীয়ে একো কাম নকৰে বুলি কোৱাৰ লগতে সৰভোগত এতিয়া কৰিবলৈ কামেই নাথাকিব বুলিও কটাক্ষ কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে।

Intro:

বৰপেটা ২১ নৱেম্বৰ: কেব সম্পৰ্কে একো নজনাকৈ একাংশ লোকে এনেই হৈ হাল্লা কৰি আছে । এন আৰ চিৰ 1951 চন ভিত্তি বৰ্ষ সম্পৰ্কে দলীয় ভাবে এতিয়া লৈকে একো আলোচনা কৰা হোৱা নাই । এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব । আজি সৰ্থেবাৰীত ডঃ বি আৰ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰিলে বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে । Body:আনহাতে মহকুমা কাৰ্যকৰী কৰাৰ বাবেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে এতিয়া বিজেপিৰ চৰকাৰে মহকুমা প্ৰয়োজন ভিত্তিত কাৰ্যকৰী কৰিব । তাৰ কাৰণে চৰকাৰে সুকীয়া কৌশল অৱলম্বন কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰঞ্জিৎ কুমাৰ দাসে । একেদৰে স্থানীয় বিধায়ক গৰাকীয়ে একো কাম নকৰে বুলি কোৱাৰ লগতে সৰভোগত এতিয়া কৰিবলৈ কামেই নাথাকিব বুলিও কটাক্ষ কৰে ।

Conclusion:বাইট: ৰঞ্জিৎ কুমাৰ দাস.

--- বাপকন দাস, বৰপেটা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.