ETV Bharat / state

পাঠশালাত ৰাইজৰ সৈতে ৰঞ্জিত দাসৰ মত বিনিময়

author img

By

Published : Apr 16, 2021, 9:37 PM IST

পাঠশালাৰ হৰিমন্দিৰত পাটাছাৰকুছি সমষ্টিৰ বিশিষ্ট ব্য়ক্তি সকলৰ সৈতে মত বিনিময় সভা অনুষ্ঠিত কৰে পাটাছাৰকুছি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে কয় যে, বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত কিন্তু, পাৰ্লিয়ামেন্টেৰী ব'ৰ্ডৰ সিদ্ধান্তৰ পাছত হে কোন মুখ্যমন্ত্ৰী হব সেয়া গম পোৱা যাব ।

Ranjit das pathsala community meet
পাঠশালাত ৰাইজৰ সৈতে মত বিনিময় অনুষ্ঠান ৰঞ্জিত দাসৰ

16 এপ্ৰিল , পাঠশালা : ব'হাগৰ দ্বিতীয় দিনাই পাটাছাৰকুছি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে পাঠশালাৰ হৰিমন্দিৰত পাটাছাৰকুছি সমষ্টিৰ বিশিষ্ট ব্য়ক্তি সকলৰ সৈতে এক মত বিনিময় সভা অনুষ্ঠিত কৰে ৷ এই বিশিষ্ট ব্যক্তি সকলৰ দিহা পৰামৰ্শ সমূহ গ্ৰহন কৰি সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা কৰে দাসে ।

আনহাতে বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি বিজেপি দলৰ চৰকাৰ হোৱাৰ লগতে পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হ'ব বুলি যি ফলাফল ওলাইছে তাৰ ওপৰত মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে, চৰকাৰ বিজেপি মিত্ৰজোঁটে গঠন কৰাটো নিশ্চিত কিন্তু মুখ্যমন্ত্ৰী কোন হ'ব সেয়া পাৰ্লিয়ামেণ্টৰি ব'ৰ্ডৰ সিদ্ধান্তৰ পাছতহে গম পোৱা যাব ।

লগতে পঢ়ক :হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.