ETV Bharat / state

বৰপেটা মেডিকেল কলেজ পথৰ দুৰৱস্থা

দৈনিক হাজাৰোধিক গাড়ী মটৰৰ অহা-যোৱা চলা এই পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ জহি-খহি জৰাজীৰ্ণ হৈ পৰা এই পথটোৰে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি প্ৰতিখন গাড়ী প্ৰতিদিনে বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হৈছে ৷

BARPETA MEDICAL COLLEGE ROAD
author img

By

Published : Apr 27, 2019, 11:55 AM IST

বৰপেটা, 27 এপ্ৰিল: বৰপেটা মেডিকেল কলেজলৈ যোৱা মূল পথৰ দুৰাৱস্থাৰ বাবে জীয়াতু ভুগিছে সাধাৰণ পথাচাৰীৰ লগতে ৰোগীসকলেও ৷ দৈনিক হাজাৰোধিক গাড়ী মটৰৰ অহা-যোৱা চলা এই পথটোত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ৷ জহি-খহি জৰাজীৰ্ণ হৈ পৰা এই পথটোৰে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি প্ৰতিখন গাড়ী প্ৰতিদিনে বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হৈছে ৷

বৰপেটা মেডিকেল কলেজ পথৰ দুৰৱস্থা

ইপিনে পথছোৱা মেৰামতিৰ ক্ষেত্ৰত জন প্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্বিকাৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ই-ৰিক্সাৰ লগতে যান-বাহনৰ চালকসকলেও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সন্মুখীন হৈ অহা অসুবিধাৰ বাবে ক্ষোভিত হৈ পৰিছে ৷

Slug:      A_BAR_27APR_801TO804_BARPETA_DAMAGE_PWD_ROAD_VIS+BITE+PHOTO_BAPKAN_DAS                      

 বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ যোৱা পথৰ দূৰৱস্থাঃ ৰোগী পথচাৰীৰ যমৰ যাতনা ৷

বৰপেটা, ২৭ এপ্ৰিলঃ ৰাজ্যখনত অনুষ্ঠিত হৈ গ'ল সাধাৰন নিৰ্বাচন ৷ ভোট বিচাৰি অহা নেতা, মন্ত্ৰী-বিধায়কৰ মুখত উন্নয়ন, বিকাশ আৰু পৰিৱৰ্তনৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বিপৰীতে এয়া চাওক বৰপেটা চহৰৰ বাস্তৱ ছবিখন ৷ এয়া বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ যোৱা মুল পথৰ অৱস্থা চাওক ৷ এই পথটোৰেই দৈনিক হেজাৰোধিক গাড়ী মটৰৰ আহ যাহ চলে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ ৷ সাধাৰণ পথচাৰীৰৰ পৰা ৰোগী, গৰ্ভৱতী মহিলা, প্ৰসূতি ; সকলোৱে এই পথটোৰেই কৰিব লাগে যাতায়াত ৷ পিছে পথটোৰ অৱস্থা চাওক ৷ পথটোৰ মাজভাগতে কেনেদৰে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত ৷ জহি খহি জৰাজীৰ্ণ হৈ পৰা বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ যোৱা পথটোৰ এই অৱস্থা দেখি ৰোগী, গৰ্ভৱতী মহিলা বা প্ৰসূতিৰ জীউটো উৰি যাও যেন অৱস্থা ৷ চাওক পথটোৰে ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰি প্ৰতিখন গাড়ী কেনেদৰে বিপদসংকুলভাৱে পাৰ হৈ যাবলগীয়া হৈছে ৷ পিছে পথছোৱা মেৰামতি কৰাৰ প্ৰতিহে দায়িত্বহীন চৰকাৰ ৷ মাহৰ পিচত মাহ, বচৰৰ পিচত বছৰ, এনেদৰেই পাৰ হৈ গৈছে সময় ৷ নিৰ্বাচনৰ পূৰ্বে নেতা, মন্ত্ৰী বিধায়কৰ মুখত আখৈ ফুটাদি ফুটা প্ৰতিশ্ৰুতিৰ সলনি ৰাজ্যখনৰ জৰাজীৰ্ণ বাটপথসমুহৰ মেৰামতিৰ ব্যৱস্থা কৰিবনে চৰকাৰে ৷ 

বাইটঃ পথচাৰী,  ইৰিক্সা চালক৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.