ETV Bharat / state

নৱবৰ্ষৰ পূৰ্বে পহুমাৰা চাপৰিত বনভোজকাৰীৰ ভিৰ - Pathsala Pohumora sapori

কৰ’ণাৰ প্ৰকোপ কিছু হ্ৰাস পোৱাত নিজ আত্মীয় তথা বন্ধু-বান্ধৱৰ সৈতে কিছু সময় অতিবাহিত কৰিবলৈ পাঠশালাৰ পহুমাৰা চাপৰিত আগমণ ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলৰ ৷

as_bpr_people-enjoying-pre-new-year-picnic-at-pathsala-pohumora-sapori_vis_asc10059
নৱবৰ্ষৰ পূৰ্বে পহুমাৰা চাপৰিত বনভোজকাৰীৰ ভিৰ
author img

By

Published : Dec 21, 2020, 1:02 PM IST

বৰপেটা,21 ডিচেম্বৰ: সন্মুখত ইংৰাজী নৱবৰ্ষ ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ প্ৰায়বোৰ বনভোজস্থলীতে ভিৰ কৰিছে পৰ্যটকে ৷ কৰ’ণা মহামাৰীৰ বাবে বিগত প্ৰায় 7 মাহে গৃহবন্দী হৈ থকাৰ পিছত কৰ’ণাৰ প্ৰকোপ কিছু হ্ৰাস পোৱাত নিজ আত্মীয় তথা বন্ধু-বান্ধৱৰ সৈতে কিছু সময় অতিবাহিত কৰিবলৈ ওলাই আহিছে লোকসকল ৷ সমান্তৰালকৈ পাঠশালাৰ পহুমাৰা চাপৰিত আগমন ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলৰ ৷ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বছৰটোৰ শেষত তৃপ্তিৰে এসাঁজ খোৱাৰ মানসেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজ দলৰ আগমণ ঘটিছে পৰ্যটক ৷

নৱবৰ্ষৰ পূৰ্বে পহুমাৰা চাপৰিত বনভোজকাৰীৰ ভিৰ

কোনোৱে যদি ৰন্ধনত ব্যস্ত আন কোনোৱে গীতৰ তালে তালে আনন্দ স্ফুৰ্তি কৰাত ব্যস্ত ৷ ইয়াৰ মাজতে আগন্তুক নতুন বছৰত বিশ্বত্ৰাস কৰ’ণা মহামৰীৰ অন্ত পেলাই স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ কামনা কৰিছে বনভোজকাৰী সকলে ৷

লগতে পঢ়ক-গুৱাহাটীত উপস্থিত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.