ETV Bharat / state

পহুমৰা নৈৰ সংহাৰী ৰূপ

author img

By

Published : Jul 12, 2019, 10:37 AM IST

নেৰানেপেৰা বৰষুণৰ ফলত বজালীত পহুমৰা নৈয়ে লৈছে সংহাৰী ৰূপ , যি কোনো মুহূৰ্ততে মথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত স্থানীয় ৰাইজ

যি কোনো মুহূৰ্ততে মাথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত স্থানীয় ৰাইজ

পাঠশালা,১২ জুলাইঃ অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতি । নেৰানেপেৰা বৰষুণৰ ফলত এইবাৰ বজালীত পহুমৰা নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । যি কোনো মুহূৰ্ততে পহুমৰা নৈৰ মথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । ইয়াৰ লগতে বৰষুণৰ প্ৰকোপত ভৱানীপুৰ সমষ্টি আৰু পাঠশালা কেন্দুগুৰি সংযোগী মূল গড়কাপ্তানি পথটো পানীৰ তলত ডুব গৈ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ইয়াৰোপৰি পথৰ কাষতে লাগি থকা বজালীৰ অন্যতম ঐতিহাসিক ক্ষেত্ৰ দলো গোঁসাই থানো সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে ।

যি কোনো মুহূৰ্ততে মাথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত স্থানীয় ৰাইজ

লগতে চাওঁক:জোনাইত অপৰিৱৰ্তিত বান পৰিস্থিতি,বন্ধ নাও চলাচল

Intro:Pathsala Pohumara river flood

বজালী পহুমৰা নৈ ৰ তাণ্ডৱ ll

ভৱানীপূৰ সমস্তি অাৰু পাঠশালা কেন্দুগুৰি সংলগ্ন পথ এতিয়া পানীৰ তলত ll

বহু গাৱৰ ৰাইজৰ যাতায়ত ত দুৰ্ভোগ llBody:Pathsala pohumara river flood

পাঠশালা,১২জুলাই: নেৰানেপেৰা বৰষুণ ৰ পৰিনতিত বজালী ত পহুমৰা নৈ ৰ বাঢ়নি পানী এ ও সংহাৰী ৰূপ ধাৰণ কৰিছে l বাঢ়নী পানীৰ প্ৰ্কোপত ভৱানীপূৰ সমস্তি অাৰু পাঠশালা কেন্দুগুৰি সংযোগী মূল গড়কাপ্তানি পথ তো এতিয়া পানী ৰ তলত যাৰ পৰিনতিত এতিয়া যাতায়ত সম্পুৰ্ণ বন্ধ l নদী নে পথ সেয়া এতিয়া যি কোনো মানূহ ৰ বাবে বিচাৰি উলিওৱা সম্ভৱ নহব l আনকি পথৰ দাতিতে লাগি থকা বজালী ৰ অন্যতম ধৰ্মীয় ক্ষেত্ৰ দলো গোঁসাই ৰ থান খন ও সম্পুৰ্ণ পানীৰ তলত l তদুপৰি যি কোনো মুহূৰ্ততে পহুমৰা ৰ মাথাউৰি ভাঙি বিপদ আনিব বুলি শংকিত স্হানীয় ৰাইজ l
Conclusion:ভিডিঅ'-৩
বাইট-১
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.