ETV Bharat / state

ভোগেশ্বৰী মন্দিৰৰ দুৰাৱস্থা পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ - Pathsala flood

বজালীৰ বানাক্ৰান্তৰ ওচৰত জয়ন্ত মল্ল বৰুৱা ৷ ভোগেশ্বৰী মন্দিৰৰ দুৰাৱস্থা পৰিদৰ্শন জয়ন্ত মল্লৰ ৷

ভোগেশ্বৰী মন্দিৰৰ দুৰাৱস্থা পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ
author img

By

Published : Jul 26, 2019, 4:52 PM IST

Updated : Jul 26, 2019, 5:01 PM IST

বজালী, 26 জুলাইঃ বজালীৰ বান পৰিস্থিতি পৰিদৰ্শন অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ পহুমৰা আৰু কালদিয়া নদীৰ তাণ্ডৱৰ ফলত বজালীত বান পৰিস্থিতি ৷ বান পৰিস্থিতি প্ৰত্যক্ষ কৰি বানাক্ৰান্তক চৰকাৰে পৰ্যাপ্ত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে জয়ন্ত মল্লই ৷ ইপিনে ঐতিহাসিক ভোগেশ্বৰী মন্দিৰৰ ফাঁট আৰু গৰাখহনীয়াৰো বুজ লয় জয়ন্ত মল্লই ৷ ইয়াৰ লগতে বিভিন্ন আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মল্লই ৷

ভোগেশ্বৰী মন্দিৰৰ দুৰাৱস্থা পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ

বজালী, 26 জুলাইঃ বজালীৰ বান পৰিস্থিতি পৰিদৰ্শন অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ পহুমৰা আৰু কালদিয়া নদীৰ তাণ্ডৱৰ ফলত বজালীত বান পৰিস্থিতি ৷ বান পৰিস্থিতি প্ৰত্যক্ষ কৰি বানাক্ৰান্তক চৰকাৰে পৰ্যাপ্ত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে জয়ন্ত মল্লই ৷ ইপিনে ঐতিহাসিক ভোগেশ্বৰী মন্দিৰৰ ফাঁট আৰু গৰাখহনীয়াৰো বুজ লয় জয়ন্ত মল্লই ৷ ইয়াৰ লগতে বিভিন্ন আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মল্লই ৷

ভোগেশ্বৰী মন্দিৰৰ দুৰাৱস্থা পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ
Intro:Pathsala jayantamalla barua

বজালী ৰ বানাক্ৰান্ত ৰ ওচৰত জয়ন্ত মল্ল বৰুৱা ll

ভোগেশ্বৰী মন্দিৰ ৰ দুৰাৱস্থা পৰিদৰ্শন ll



Body:Pathsala jayanta mall


পাঠশালা,২৬জুলাই: পহুমৰা অাৰু কালদিয়া নদী ৰ তাণ্ডৱৰ পৰিনতিত উদ্ভৱ হোৱা বজালী ৰ বান পৰিস্থিতি প্ৰত্যক্ষ কৰিবলৈ অাজি বজালী ত উপস্থিত হয় অসম পৰ্যটন বিভাগ ৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা l বান পৰিস্থিতি প্ৰত্যক্ষ কৰি তেওঁ বানাক্ৰান্ত ক চৰকাৰে পৰ্যাপ্ত সহায় কৰিব বুলি আশ্বাস দিয়ে l আনকি
ঐতিহাসিক ভোগেশ্বৰী মন্দিৰ ৰ ফাঁট মেলা অাৰু গৰাখহনীয়া চাই ব্যৱস্থা লোৱাৰ সিন্ধান্ত জয়ন্ত মল্ল বৰুৱা ৰ ll
ইয়াৰ পিছতে তেওঁ বজালী ৰ কালদিয়া নদীৰ প্ৰকোপ ত বিধ্বস্ত বানাক্ৰান্ত সকল ৰ খবৰ লয় l তেওঁ বিভিন্ন আশ্ৰয় শিবিৰ ও প্ৰত্যক্ষ কৰে lConclusion:বাইট- ১ জয়ন্ত মল্ল বৰুৱা
ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
Last Updated : Jul 26, 2019, 5:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.