পাঠশালা,২৯ জুলাইঃ বজালীৰ বান বিধ্বস্ত মহাৰাণী নৈ পৰীয়া লোকৰ দুৰৱস্থা ৷ বানত ঘৰ বাৰী হেৰুৱাই আশ্ৰয় শিবিৰৰ বাসিন্দা হোৱা কৰ্কট ৰোগী ভৱেন কলিতাই পাৰ কৰিছে এক দুৰ্বিষহ জীৱন ৷ চাৰি মাহ পূৰ্বেই কৰ্কট ৰোগত আক্ৰান্ত হৈছিল লোকজন ৷ কিন্তু বিগত সাত দিন ধৰি চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰতে আছে লোকজন ৷ ইতিমধ্যে ভৱেন কলিতাৰ পত্নীয়ে নিজৰ দুবিঘা মাটি বিক্ৰী কৰিছে স্বামীৰ নামত ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে লোকজনৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান জনাইছে চৰকাৰক ৷
বজালীৰ আশ্ৰয় শিবিৰত কৰ্কট ৰোগীৰ দুৰৱস্থা
বানত ঘৰ বাৰী হেৰুৱাই আশ্ৰয় শিবিৰৰ বাসিন্দা হোৱা কৰ্কট ৰোগী ভৱেন কলিতাই পাৰ কৰিছে এক দুৰ্বিষহ জীৱন ৷ বিগত সাত দিন ধৰি চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰতে আছে লোকজন ৷
বজালীৰ আশ্ৰয় শিবিৰত কৰ্কট ৰোগীৰ দুৰৱস্থা
পাঠশালা,২৯ জুলাইঃ বজালীৰ বান বিধ্বস্ত মহাৰাণী নৈ পৰীয়া লোকৰ দুৰৱস্থা ৷ বানত ঘৰ বাৰী হেৰুৱাই আশ্ৰয় শিবিৰৰ বাসিন্দা হোৱা কৰ্কট ৰোগী ভৱেন কলিতাই পাৰ কৰিছে এক দুৰ্বিষহ জীৱন ৷ চাৰি মাহ পূৰ্বেই কৰ্কট ৰোগত আক্ৰান্ত হৈছিল লোকজন ৷ কিন্তু বিগত সাত দিন ধৰি চিকিৎসাৰ অভাৱত আশ্ৰয় শিবিৰতে আছে লোকজন ৷ ইতিমধ্যে ভৱেন কলিতাৰ পত্নীয়ে নিজৰ দুবিঘা মাটি বিক্ৰী কৰিছে স্বামীৰ নামত ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে লোকজনৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান জনাইছে চৰকাৰক ৷
Intro:Pathsala flood cancer patients
বজালী ত আশ্ৰয় শিবিৰ ত কৰ্কট ৰোগী ৰ দুৰাৱস্থা ll
বান ত ঘৰ বাৰী হেৰুৱা ই সৰ্ব্বশ্ৰান্ত ll
দুবিঘা মাটি বিক্ৰী কৰি স্বামী ক চিকিৎসাৰ চেষ্টা কৰি সৰ্ব্বশ্ৰান্ত ll
তিনি বছৰীয়া কণমানি এটা সহ পৰিয়াল টো ৰ দুৰ্বিসহ জীৱন llBody:
Pathsala flood cancer patients
পাঠশালা,২৯জুলাই:: বজালী ৰ বান বিধ্বস্ত মহাৰাণী নদী পাৰ বাসীৰ এতিয়া দুখ দুৰ্গতিৰ অন্ত নাই l তাৰ মাজতে বান ত ঘৰ বাৰী হেৰুৱাই সৰ্ব্বশ্ৰান্ত হৈ আশ্ৰয় শিবিৰ ৰ বাসিন্দা হোৱা এটা পৰিয়ালৰ দুখৰ কাহিনী l এইগৰাকী হৈছে মহাৰাণী নদী পাৰ ৰ ভৱেন কলিতা l চাৰি মাহ পূৰ্বে আক্ৰান্ত হৈছে তেওঁ কৰ্কট ৰোগ ত l তিনিবছৰীয়া কণমানি টু লৈ পৰিয়াল তোৰ আলাই আথানি নোহোৱা হৈছে l বিগত সাত দিন চিকিৎসাৰ অবিহনে আশ্ৰয় শিবিৰ তে অাছে পৰিয়াল টু l ইতিমধ্যে নিজৰ দু বিঘা মাটি বিক্ৰী কৰা হৈছে স্বামী ৰ নামত l দুৰ্ভগীয়া পৰিয়ালৰ পত্নী গৰাকী এ স্বামী ৰ চিকিৎসাৰ বাবে জনাইছে চৰকাৰক আহ্বান l আনহাতে কংগ্ৰেছ নেতা কমল মেধি এ অাজি ভৱেন কলিতাৰ খবৰ লৈ এইগৰাকী দুৰ্ভগীয়া ৰ পৰিত্ৰাণ ৰ বাবে চৰকাৰক আহ্বান জনাইছে l কঁপা কঁপা মাতেৰে ৰোগী গৰাকী এ ও জনাইছে নিজৰ দুখ ৰ কথা ll
Conclusion:Pathsala flood cancer patients
বাইট - ১,২, পত্নী আৰু স্বামী
বাইট- ৩-কমল কুমাৰ মেধি
ভিডিঅ'-১
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।