ETV Bharat / state

পাঠশালাত অগপ কৰ্মীৰ সংবাদমেল

author img

By

Published : Dec 23, 2020, 8:13 PM IST

পাটাছাৰকুছিত অগপ কৰ্মীৰ এখন সংবাদমেল ৷ সংবাদমেলত অগপৰ পাটাছাৰকুছি বিধান পৰিষদৰ কৰ্মী সকলে পবিন্দ্ৰ ডেকাক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনায় ।

Pathsala AGP press meet
পাঠশালাত অগপ কৰ্মীৰ সংবাদমেল

পাঠশালা,23 ডিচেম্বৰ: পাঠশালাত অগপৰ পাটাছাৰকুছি বিধান পৰিষদৰ কৰ্মীয়ে বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত দলটোৰ পাটাছাৰকুছি বিধান পৰিষদৰ কৰ্মী সকলে পবিন্দ্ৰ ডেকাক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনায় । লগতে পবিন্দ্ৰ ডেকাক দলাৰ বগৰী বুলিও আখ্যা দিয়ে অগপ কৰ্মী সকলে l

পাঠশালাত অগপ কৰ্মীৰ সংবাদমেল

আগন্তুক দিনত পাটাছাৰকুছিৰ কোনো এখন আঞ্চলিক সমিতি পবিন্দ্ৰ ডেকাৰ লগত নাথাকে বুলিও মন্তব্য কৰে অগপৰ পাটাছাৰকুছি বিধান পৰিষদে । কেইদিন মান পূৰ্বে পাটাছাৰকুছি সমষ্টিৰ 17 খন আঞ্চলিক সমিতিয়ে অগপ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল বিধায়ক পবিন্দ্ৰ ডেকাই ।

পবিন্দ্ৰ ডেকাৰ অগপ দল ত্যাগে অগপক এতিয়া পাটাছাৰকুছিত অধিক শক্তিশালী কৰিব বুলিও মন্তব্য কৰে সংবাদমেলl উপস্থিত দলৰ কৰ্মী সকলে। আগন্তুক দিনত পাটাছাৰকুছি সমষ্টি পুনৰ অগপই দখল কৰিব বুলিও ঘোষণা কৰে পাটাছাৰকুছি অগপ বিধান পৰিষদৰ দলীয় কৰ্মী সকলে ।

লগতে পঢ়ক: জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.