ETV Bharat / state

বজালীৰ ভোগেশ্বৰী মন্দিৰত বিধায়ক পবিন্দ্ৰ ডেকা

বৃহত্তৰ বজালী অঞ্চলৰ ঐতিহাসিক ভোগেশ্বৰী মন্দিৰত এটি ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে বিধায়ক পবিন্দ্ৰ ডেকাই ৷ স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত উক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে বিধায়কগৰাকীয়ে ৷

author img

By

Published : Nov 21, 2019, 1:03 PM IST

ভোগেশ্বৰী মন্দিৰত বিধায়ক পবিন্দ্ৰ ডেকা

পাঠশালা, 21 নৱেম্বৰঃ ঐতিহাসিক ভোগেশ্বৰী মন্দিৰত এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্যৰ কামৰ শুভাৰম্ভনি কৰে বিধায়ক পবিন্দ্ৰ ডেকাই ৷ বজালীৰ উজান উলুৱাস্থিত ঐতিহাসিক ভোগেশ্বৰী মন্দিৰ নামনি অসমৰ এখনি উল্লেখনীয় পৰ্যটনস্থলীৰ লগতে ধৰ্মীয় উপাসনাৰ স্থান ৷ কালদিয়া নৈৰ পাৰত অৱস্থিত এই মন্দিৰলৈ মাঘ মাহত সমাগম ঘটে লক্ষাধিক ভক্তৰ ৷ স্থানীয় ৰাইজ তথা মন্দিৰ পৰিচালনা সমিতিয়ে দীৰ্ঘদিন ধৰি উক্তস্থানত এটি ৰাজহুৱা প্ৰেক্ষাগৃহৰ অভাৱৰ বিষয়ে প্ৰশাসনৰ লগতে চৰকাৰক অনুৰোধ জনাই আহিছিল ৷

বজালীৰ ভোগেশ্বৰী মন্দিৰত বিধায়ক পবিন্দ্ৰ ডেকা

ৰাইজৰ এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাই মন্দিৰ পৰিসৰত এটা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ৷ বিধায়ক পূঁজিৰ অধীনত 5 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ'ব উক্ত প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কাম ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ জনায় যে, দলীয় সিদ্ধান্ত অনুসৰিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সকলো কথা প্ৰকাশ কৰিব পাৰিব ৷

লগতে পঢ়কঃ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰৰ কাতিমহীয়া পালনামৰ সামৰণি

Intro:Pathsala pabindra deka

বজালী ৰ ভোগেশ্বৰী মন্দিৰ ত নিৰ্মাণ হব কমিউনিটি হল l

বিধায়ক pabindra Deka 4 আধাৰশিলা স্থাপন ll

কেব সম্পৰ্কে দলীয় আলোচনাত লব সিধান্ত ll
Body:Pathsala pabindra deka

পাঠশালা, ১৮ নৱেম্বৰ: বজালীৰ অন্যতম ঐতিয্য ক্ষেত্ৰ ভোগেশ্বৰী মন্দিৰ নিৰ্মাণ হব এটা কমিউনিটি হল l স্হানীয় বিধায়ক pobindra deka ই বিধায়ক পুজিৰ 5 লাখ টকা অনুদান আগবঢ়ায় আৰম্ভ কৰিছে এই কাম্ l ইতিমধ্যে অাজি বিধায়ক গৰাকীএ উক্ত আচনিৰ আধাৰশিলা স্হাপন কৰে অাৰু এ ই কাম্ সম্পন্ন কৰিৱ মন্দিৰ পৰিচালনা সমিতি এ l আনহাতে একেলগে অাজি উক্ত কাম্ সম্পন্ন কৰি কেব সম্পৰ্কে দলীয় ভাৱে আলোচনা কৰিহে সকলো কথা জনাব পাৰিব বুলি বিধায়ক গৰাকীএ মত পোষণ কৰে l

Conclusion:ভিডিঅ'-৩
বাইট-১
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.