ETV Bharat / state

প্ৰেমত প্ৰতাৰণাঃ প্ৰেয়সীৰ আক্ৰমণত মৃত্যু যুৱকৰ

বাউসী বানীকান্ত কাকতি মহাবিদ্যালয়ৰ সমীপত হত্যাকাণ্ড ৷ প্ৰেয়সীৰ চুৰিকাঘাটত নিহত হ'ল প্ৰেমিক ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে যুৱতীগৰাকী ৷

author img

By

Published : Aug 19, 2019, 8:50 PM IST

প্ৰেয়সীৰ আক্ৰমণত প্ৰেমিকৰ মৃত্যু

বৰপেটা, 19 আগষ্টঃ প্ৰেয়সীৰ চুৰিকাঘাটত নিহত হ'ল প্ৰেমিক ৷ বৰপেটাৰ নগাঁওত অৱস্থিত বাউসী বানীকান্ত কাকতি মহাবিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা ৷ নিহত প্ৰেমিকজনৰ নাম ময়দুল ইছলাম ৷ খূড়াকৰ জীয়ৰী ৰুনুমাৰ সৈতে প্ৰেম আছিল ময়দুলৰ ৷ প্ৰেমত প্ৰত্যাখিত প্ৰেয়সীয়ে আজি মহাবিদ্যালয়ৰ সমীপত প্ৰেমিকক চুৰিৰে আঘাত কৰি হত্যা কৰে ৷ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী ৰুনুমা পাৰবীনক আজি লগ কৰিবলৈ কলেজলৈ আহিছিল যুৱকজন ৷ কলেজৰ সমীপৰ পথৰ বগৰী গছ এজোপাৰ তলত বহি কথা পাতি থকা অৱস্থাতে যুৱকজনক চুৰিৰে আক্ৰমণ কৰে প্ৰেয়সীয়ে ৷ লগে লগে চুৰিখন কাষৰ পুখুৰীত দলিয়াই তাৰপৰা আতৰি যায় ৷ এই ঘটনাৰ পিচতে যুৱকজনৰ সৈতে থকা আন এগৰাকী বন্ধুৱে লগে লগে যুৱকজনক নগাঁও হাস্পতালত ভৰ্তি কৰায় ৷ পিছে আঘাত গুৰুতৰ হোৱাত তেওক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ অৱশ্যে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি সদৰী কৰে ৷ যুৱকজনৰ পৰিয়ালৰ লোকে জনোৱা মতে, দুয়োৰে মাজত প্ৰায় 7 বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক ৷ পিছে প্ৰেয়সীক এৰি তিনিদিন পূৰ্বে বিৱাহপাশত আৱদ্ধ হৈছিল ময়দুল ইছলাম ৷ তাৰপিচতো আজি এজন বন্ধুৰ সৈতে পূৰ্বৰ প্ৰেমিকাক লগ ধৰিবলৈ আহিছিল ময়দুল ৷ প্ৰেমিকৰ এই প্ৰৱঞ্চনাৰ পিচত মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকীয়ে আজি তেওক লগ কৰিবলৈ অহা প্ৰেমিক ময়দুলক চুৰিৰে আঘাত কৰাৰ পিচতে যুৱকজনৰ মৃত্যু ঘটে ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে যুৱতীগৰাকী ৷

Intro:

বৰপেটা, ১৯ আগষ্টঃ বৰপেটাৰ নগাওত অৱস্থিত বাউসী বানীকান্ত কাকতি মহাবিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এক ভয়াৱব ঘটনা ৷ প্ৰেয়সীৰ চুৰিকাঘাটত নিহত হ'ল প্ৰেমিক ৷ নিহত প্ৰেমিকজনৰ নাম ময়দুল ইছলাম ৷ খূড়াকৰ জীয়ৰী ৰুনুমাৰ সৈতে প্ৰেম আছিল ময়দুলৰ ৷ প্ৰেমত প্ৰত্যাখিত প্ৰেয়সীয়ে আজি মহাবিদ্যালয়ৰ সমীপত প্ৰেমিকক চুৰিৰে আঘাত কৰি হত্যা কৰে ৷ দুয়ো প্ৰেমিক-প্ৰেমিকাৰ ঘৰ বহৰিৰ বৰভিঠা গাৱত ৷ Body:বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী ৰুনুমা পাৰবীনক আজি লগ কৰ্বলৈ কলেজলৈ আহিছিল যুৱকজন ৷ কলেজৰ সমীপৰ পথৰ বগৰী গছ এজোপাৰ তলত বহি কথা পাতি থকা অৱস্থাতে যুৱকজনক চুৰিৰে আক্ৰমন কৰে প্ৰেয়সীয়ে ৷ লগে লগে চুৰিখন কাষৰ পুখুৰীত দলিয়াই তাৰপৰা আতৰি যায় ৷ এই ঘটনাৰ পিচতে যুৱকজনৰ সৈতে থকা আন এগৰাকী বন্ধুৱে লগে লগে যুৱকজনক নগাও হস্পিটালত ভৰ্তি কৰায় ৷ পিছে আঘাত গুৰুতৰ হোৱাত তেওক বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰন কৰে ৷ অবশ্যে বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি সদৰি কৰে ৷ যুৱকজনৰ পৰিয়ালৰ লোকে জনোৱা মতে, দুয়োৰে মাজত প্ৰায় ৭ বছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক ৷ পিছে প্ৰেয়সীক এৰি তিনিদিন পূৰ্বে বিৱাহপাশত আৱদ্ধ হৈছিল ময়দুল ইছলাম ৷ তাৰপিচতো আজি এজন বন্ধুৰ সৈতে পূৰ্বৰ প্ৰেমিকাক লগ ধৰিবলৈ আহিছিল ময়দুল ৷ প্ৰেমিকৰ এই প্ৰৱঞ্চনাৰ পিচত মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকীয়ে আজি তেওক লগ কৰিবলৈ অহা প্ৰেমিক ময়দুলক চুৰিৰে আঘাত কৰাৰ পিচতে যুৱকজনৰ মৃত্যু ঘটে ৷ এই ঘটনাটোৱে সমগ্ৰ বৰপেটাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইপিনে এই ঘটনাৰ পিচতে ঘটনাস্থলীৰ পৰা আতৰি যোৱা যুৱতীগৰাকী ক'ত আছে সেই কথা এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই ৷
Conclusion:
বাইটঃ প্ৰত্যক্ষদৰ্শী, বন্ধু ৷
বাইটঃ মৃত যুৱকজনৰ ককায়েক ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.