ETV Bharat / state

বৰপেটাত ৩টি শিশু আৰু ২গৰাকী বৃদ্ধকে ধৰি ২৪ জনৰ শৰীৰত ক'ৰণা

author img

By

Published : Jul 17, 2020, 6:39 PM IST

বৰপেটা জিলাত অব্যাহত আছে ক'ৰণাৰ গণ সংক্ৰমণ ৷ ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈয়ে বৰপেটাত ক'ৰণাত আক্ৰান্ত হৈছে ইজনৰ পিচত সিজনকৈ লোক ৷ শেহতীয়াভাৱে শুকুৰবাৰে বৰপেটা চহৰৰ ৫জন লোকৰ লগতে বৰপেটা জিলাৰ মুঠ ২৪ জন লোক আক্ৰান্ত হৈছে ক'ৰণাত ৷

number of covid positive case increase at barpeta
বৰপেটাত ৩টিকৈ শিশু আৰু ২গৰাকী বৃদ্ধকে ধৰি ২৪জনৰ শৰীৰত ক'ৰণাৰ ভাইৰাছ

বৰপেটা, ১৭ জুলাই: ইপিনে জিলাখনৰ পাঠশালাৰ ক্ষুদ্ৰ ভালুকী গাঁৱৰ ৭ জন লোকো আক্ৰান্ত হৈছে ক'ৰণাত ৷ একেদৰে পাঠশালা চহৰৰ ৩নং ৱাৰ্ডৰ একেটা পৰিয়ালৰ তিনিজন লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷ একেদৰে বৰপেটাৰ মৌটুপুৰী,বাঁহমূৰা,যোগীৰপাম,খৰধৰা পথাৰ,কাৱৈমাৰী,পানী মৰিছা,পুথিমাৰী আদি গাঁৱৰ কেবাজনো লোক আক্ৰান্ত হৈছে ক'ৰণাত ৷

লক্ষণীয়ভাৱে শুকুৰবাৰে ক'ৰণাত আক্ৰান্ত হোৱা সকলৰ মাজত আছে ৪, ৫ আৰু ৬ বছৰীয়া তিনিটিকৈ শিশু আৰু ষাঠিৰ উদ্ধৰ দুজন ব্যক্তি ৷

লগতে চাওকঃ নগাঁৱত আগষ্টৰ ভিতৰত 2,500 লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.