বৰপেটা, ২৫ মে': বৰপেটা জিলাত মঙলবাৰৰ দিনটোত ২২৬ গৰাকী ক'ৰণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে ৷ 24 ঘন্টাত জিলাখনত 206 গৰাকী ক'ৰণাত আক্ৰান্ত হৈছে ৷ ইফালে জিলাখনত মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৪৭৯৯ গৰাকী ৷ ক'ভিড মৃত্যু হোৱা লোকৰ সংখ্যা 68 গৰাকী ৷
![বৰপেটা জিলাত ৪৭৯৯ জনলৈ বৃদ্ধি ক'ভিড আক্ৰান্ত সংখ্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-06to07-25may-4799-covid-positive-at-barpeta-as10038_25052021190835_2505f_1621949915_886.png)
বৰ্তমান সময়লৈকে বৰপেটাত মুঠ ২৫৯৫ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ মঙলবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২১২৭ গৰাকী ৷ মঙলবাৰৰ দিনটোত জিলা খনত পৰীক্ষা কৰা লোক সংখ্যা ৫৩৪৮ গৰাকী ৷ জিলাখনত ক'ভিডত আক্ৰান্তৰ হাৰ ৩·৮৫ শতাংশ ।
লগতে পঢ়ক: পুনৰ বৰ্ণ বৈষম্যৰ বলি উত্তৰ পূৰ্বাঞ্চল