বৰপেটা, 10 জুনঃ বৰপেটাৰ নিচানৰচৰত সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । NRC শুনানিৰ বাবে গৈ মৃত্যু হয় এগৰাকী বৃদ্ধাৰ । গাঁৱখনৰ আজিৰণ নেচা নামৰ 55 বছৰীয়া বৃদ্ধা গৰাকী পৰিয়ালৰ লোকৰ সৈতে সোমবাৰে পুৱা শুনানিৰ বাবে বৰপেটালৈ ৰাওনা হয় যদিও আধা বাটতে হঠাৎ অসুস্থ পৰাত বৃদ্ধা গৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পৰিয়ালৰ লোকে জনোৱা মতে ইয়াৰ পূৰ্বেও বৃদ্ধা গৰাকী এবাৰ শুনানিত হাজিৰ হৈছিল । যাৰ বাবে দ্বিতীয়বাৰৰ বাবে শুনানিত যাবলগীয়া হোৱাত মানসিক চাপত ভোগে বৃদ্ধা গৰাকী ৷ যাৰ বাবে মানসিক চাপত পৰিয়েই মৃত্যু হয় বুলি মন্তব্য কৰে আজিৰণ নেচাৰ ।
NRC শুনানিলৈ গৈ মৃত্যু বৃদ্ধাৰ - assam news
সোমবাৰে পুৱা শুনানিৰ বাবে বৰপেটালৈ ৰাওনা হয় যদিও আধা বাটতে হঠাৎ অসুস্থ হৈ পৰাত বৃদ্ধা গৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । পৰিয়ালৰ লোকে জনোৱা মতে ইয়াৰ পূৰ্বেও বৃদ্ধা গৰাকী এবাৰ শুনানিত হাজিৰ হৈছিল ৷