ETV Bharat / state

কলগাছিয়াৰ ৰেডিয়েঞ্চ একাডেমিৰ নতুন গৃহ মুকলি

author img

By

Published : Jan 1, 2021, 10:06 PM IST

শুকুৰবাৰে ৰেডিয়েঞ্চ একাডেমিৰ এটি নতুন গৃহ মুকলি কৰা হয় ৷ নতুন গৃহটি আনুষ্ঠানিকভাৱে মুকলি কৰে জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলাম আৰু লেখিকা শিখা শৰ্মাই ।

Radiance Academy of kalgasia
কলগাছিয়াৰ ৰেডিয়েঞ্চ একাডেমিৰ নতুন গৃহ মুকলি

জনীয়া, 1 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াৰ ব্যক্তিগত উচ্চ শিক্ষা অনুষ্ঠান ৰেডিয়েঞ্চ একাডেমিৰ এটি নতুন গৃহ শুকুৰবাৰে উন্মোচন কৰা হয়। শিক্ষানুষ্ঠান খনৰ নতুন গৃহটি আনুষ্ঠানিকভাৱে মুকলি কৰে জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলাম আৰু লেখিকা শিখা শৰ্মাই ।

new-home-of-the-radiance-academy-of-kalgasia

এই উপলক্ষে ৰেডিয়েঞ্চ একাডেমিৰ উপাধ্যক্ষ গোলাম মোস্তাফাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত উদ্দেশ্য ব্যাখ্যা কৰে ৰেডিয়েঞ্চ একাডেমিৰ অধ্যাপক উদ্যাৰ্থ বৰাই । উক্ত সভাত একাডেমিৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : Covishield-ৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.