ETV Bharat / state

MLA Sherman Ali in Barpeta : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ম'ষ্ট অপদাৰ্থ মন্ত্ৰী : শ্বেৰমান আলী - Beki river erosion area visited MLA Sherman Ali

বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অপদাৰ্থ আৰু কমিচন মন্ত্ৰী আখ্যা । কলগাছিয়াৰ কৰাৰকুৰত 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ খহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক অৱহেলাৰ অভিযোগ উত্থাপন কৰি বিধায়ক এই মন্তব্য কৰে বিধায়ক শ্বেৰমান আলীয়ে ।

MLA Sherman Ali Ahmed in Barpeta
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মোষ্ট অপদাৰ্থ মন্ত্ৰী : শ্বেৰমান আলী
author img

By

Published : Jul 31, 2022, 9:07 PM IST

জনীয়া, 31 জুলাই : ‘‘বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ম'ষ্ট অপদাৰ্থ মানুহ । ৰঞ্জিত দাস বৰপেটাৰ বাবে অভিভাৱক মন্ত্ৰী হোৱা বৰপেটাবাসীৰ বাবে অভিশাপ স্বৰূপ । ৰঞ্জিত দাসে ইচ্ছা কৰিলে তিনি বছৰ আগতেই বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হ’লহেতেন । কিন্তু ৰঞ্জিত দাস কেৱল কমিচনৰ অংকত ব্যস্ত । তেওঁ এজন কমিচন মন্ত্ৰীহে’’ ।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মোষ্ট অপদাৰ্থ মন্ত্ৰী : শ্বেৰমান আলী

দেওবাৰে কলগাছিয়াৰ কৰাৰকুৰত 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰে বিধায়ক শ্বেৰমান আলী আহমেদে (Sherman Ali Ahmed criticized Minister Ranjeet Kumar Dass)৷ লগতে বৰপেটাৰ অভিভাৱক মন্ত্ৰী পদৰ পৰা ৰঞ্জিত কুমাৰ দাসক বৰ্খাস্ত কৰিব লাগে বুলিও তেওঁ দাবী তোলে ৷

শীঘ্ৰে যদিহে ৰঞ্জিত কুমাৰ দাসক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব নকৰে তেন্তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বদনাম হ’ব ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে (MLA Sherman Ali Ahmed in Barpeta) ।

জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক ধমক

ইয়াৰোপৰিও বেঁকী নৈৰ গৰাখহনীয়া অঞ্চল (Beki river erosion area visited MLA Sherman Ali) পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ জৰিয়তে জলসম্পদ বিভাগৰ অভিযন্তাক সতৰ্কবাণী প্ৰেৰণ কৰে ৷ কেৱল সংবাদ মাধ্যমৰ জৰিয়তেই নহয় ফোনকল যোগেও জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক ‘‘You all are punished’’ বুলি ধমক দিয়ে বাঘবৰৰ বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : Assam CM on Jihadi: অভিযোগ পালেই মাদ্ৰাছাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.