ETV Bharat / state

Defamation case against Dulu Ahmed: দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে জাকিৰ হুছেইন শিকদাৰে

author img

By

Published : Jul 28, 2022, 3:40 PM IST

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং বিতৰ্কৰ নতুন মোৰ(Cross voting controversy in presidential election) ৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ বিৰুদ্ধে ৰুজু কৰিলে মানহানি গোচৰ(Zakir Hussain Sikdar files defamation case against Dulu Ahmed) ৷

mla jakir hussain fir against dulu ahmed
দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে জাকিৰ হুছেইন শিকদাৰে

বৰপেটা,২৮ জুলাই: ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং বিতৰ্কৰ নতুন মোৰ(Cross voting controversy in presidential election) ৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ বিৰুদ্ধে ৰুজু কৰিলে মানহানি গোচৰ(Zakir Hussain Sikdar files defamation case against Dulu Ahmed) ৷ বৰপেটা সদৰ থানাত দুলু আহমেদৰ বিৰুদ্ধে সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে দাখিল কৰিলে এজাহাৰ ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে দ্ৰৌপদী মুৰ্মুক ভোট দিয়া বুলি দুলু আহমেদে কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে মানহানি গোচৰ তৰে বিধায়কগৰাকীয়ে ৷

ইপিনে ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ কেবাজনো বিধায়কৰ ক্ৰছ ভোটিং সন্দৰ্ভতো কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কেতবোৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয় । তেওঁ কয় যে কংগ্ৰেছৰ গাড্ডাৰ বিধায়কৰ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে ৷ গাড্ডাৰ সকলৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা লোৱা হব ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ ক্ষেত্ৰত অখিল গগৈ আৰু মনোৰঞ্জন তালুকদাৰো সন্দেহৰ বাহিৰত নহয় বুলি কটাক্ষ কৰে জাকিৰ হুছেইন শিকদাৰে ৷ কংগ্ৰেছে গাড্ডাৰ বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰক্ৰিয়া চলাইছে যদিও AIUDFএ নিজৰ বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লব পৰা নাই বুলিও তীৰ্যক মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ ৷

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসমৰ সাত গৰাকী খেলুৱৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.