ETV Bharat / state

বেনাৰস হিন্দু বিশ্ব বিদ্যালয় বন্ধ কৰিব পাৰিবনে হিমন্তইঃ হাফিজ ৰফিকুল ইছলাম

বৃহস্পতিবাৰে কলগাছিয়াত সংবাদমল সম্বোধন জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷ ৰাজ্যৰ মাদ্ৰাছা আৰু সংস্কৃতি টোল হাইস্কুল উচ্চতৰ মাধ্যমলৈ উন্নতি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য বিধায়ক গৰাকীৰ ।

বৰপেটা
বানাৰচৰ হিন্দু বিশ্ব বিদ্যালয় বন্ধ কৰিব পাৰিবনে হিমন্তইঃ হাফিজ ৰফিকুল ইছলাম
author img

By

Published : Feb 13, 2020, 5:19 PM IST

বৰপেটা, 13 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ মাদ্ৰাছা আৰু সংস্কৃতি টোল হাইস্কুল উচ্চতৰ মাধ্যমলৈ উন্নতি কৰা সন্দৰ্ভত জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ বৃহস্পতিবাৰে কলগাছিয়াত সংবাদমল সম্বোধন কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বক্তব্যক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি কয়,"শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক কোনো কাৰণতো মানি লোৱা নহ'ব ।

বানাৰচৰ হিন্দু বিশ্ব বিদ্যালয় বন্ধ কৰিব পাৰিবনে হিমন্তইঃ হাফিজ ৰফিকুল ইছলাম

বিগত দিনবোৰত দীৰ্ঘ সময় শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি তেওঁ এই সন্দৰ্ভত বুজি পোৱা নাছিল নেকি । মাদ্ৰাছা আৰু সংস্কৃতি টোলবোৰত গণিত,বিজ্ঞান,ইংৰাজী শিক্ষা দিয়াৰ উপৰিও সমাজৰ এজন দায়িত্বশীল ভাল নাগৰিক হোৱাৰ শিক্ষা দিয়া হয় । শিক্ষা বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিতভাৱে বিভিন্ন জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টিৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰে বুলি মন্তব্য আগবঢ়াই বুলি দোহাৰে বিধায়ক হাফিজ ৰফিকুল ইছলামে ।

লগতে কয়, বেনাৰসৰ হিন্দু বিশ্ব বিদ্যালয়ত বেদৰ শিক্ষা দিয়া হয়। হিমন্ত বিশ্ব শৰ্মাই বেনাৰসৰ হিন্দু বিশ্ব বিদ্যালয় বন্ধ কৰিব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়ক গৰাকীয়ে । ৰাজ্যৰ বহু সংখ্যক বিদ্যালয়ত এজন শিক্ষকে চলাইছে তাৰ ভিতৰত জনীয়া সমষ্টিত ছয় হাজাৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে । প্ৰথমে এইবোৰ পূৰণৰ ক্ষেত্ৰত বিশেষ আহ্বান জনাই হাফিজ ৰফিকুল ইছলামে ।

আৰু পঢ়কঃ তিনিচুকীয়াত চাঞ্চল্যকৰ ডকাইতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.