ETV Bharat / state

কলগাছিয়াত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ - Jonia

কলগাছিয়াৰ বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । প্ৰাপ্য দৰমহাৰ দাবীত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ প্ৰতিবাদ । 7-8 মাহৰ পৰা অনাদায় মিটাৰ ৰিডাৰৰ দৰমহা । দৰমহা বিচৰাৰ বাবেই এজন কৰ্মচাৰীক কামৰ পৰা দিলে স্বেচ্ছামূলক অব্যাহতি ৷

কলগাছিয়াত ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে মিটাৰ ৰীডাৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 2, 2019, 11:02 PM IST

জনিয়া, 2 ছেপ্তেম্বৰঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত ইউনাইটেড এণ্টাৰপ্ৰাইজ নামৰ এটি বেচৰকাৰী সংস্থাৰ অধীনত চলি থকা কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত সোমবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত কৰ্মৰত 35 জন মিটাৰ ৰিডাৰে 7-8 মাহে অনাদায় থকা দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । আব্দুল আজিজ নামৰ এজন মিটাৰ ৰিডাৰে নিজৰ প্ৰাপ্য দৰমহা বিচৰাত কৰ্মচাৰী জনক কামৰ পৰা উলিয়াই দিয়াৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে কৰ্মচাৰীসকলে ৷ প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে ইউনাইটেড এণ্টাৰপ্ৰাইজৰ দায়িত্বত থকা কৰ্মকর্তাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে দৰমহা আদায়ৰ দাবীত এক স্মৰকপত্ৰও প্ৰেৰণ কৰে । এই ক্ষেত্ৰত ইউনাইটেড এণ্টাৰপ্ৰাইজে বিলৰ ধন সংগ্ৰহ কৰি দিয়াৰ পিছতো নিজৰ প্ৰাপ্য দৰমহা বিচাৰিলে মিটাৰ ৰিডাৰক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিয়ে বুলিও অভিযোগ কৰে । লগতে মিটাৰ ৰিডাৰে দিয়া ৰিডিংৰ পৰিৱৰ্তে ইউনাইটেড এণ্টাৰপ্ৰাইজৰ কৰ্মকর্তাই অধিক ৰিডিং দি বিল বনোৱাৰ গুৰুতৰ অভিযোগ তুলিছে মিটাৰ ৰিডাৰে । এই কৰ্মচাৰী সকলক প্ৰাপ্য দৰমহা আদায় নিদিলে বিদ্যুৎৰ বিল বিতৰণ নকৰাৰ লগতে নতুন কৰ্মচাৰী নিয়োগ কৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি ভাবুকি প্ৰদান কৰিছে ৷

Intro:slug: as_jania_2sep_meter_reader_protest_for_salary_vis3+byt4+ph1_spl_pkg_story_asc10058

Anchor: কলগাছিয়াৰ বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। প্ৰাপ্য দৰমহাৰ দাবীত মিটাৰ ৰিডাৰৰ প্ৰতিবাদ ইউনাইটেড এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে। ৭-৮ মাহৰ পৰা অনাদায় মিটাৰ ৰিডাৰৰ দৰমহা। দৰমহা বিচৰাৰ বাবেই আব্দুল আজিজ নামৰ এজন কৰ্মচাৰীক ওলাই দিলে কামৰ পৰা।Body:slug: as_jania_2sep_meter_reader_protest_for_salary_vis3+byt4+ph1_spl_pkg_story_asc10058

VO-1: বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত ইউনাইটেড এণ্টাৰপ্ৰাইজ নামৰ এটি বেচৰকাৰী সংস্থাৰ অধীনত চলা কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত কৰ্মৰত ৩৫ জন মিটাৰ ৰিডাৰে ৭-৮ মাহে অনাদায় থকা দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্থ কৰে। আব্দুল আজিজ নামৰ এজন মিটাৰ ৰিডাৰে নিজৰ প্ৰাপ্য দৰমহা বিচৰাত কৰ্মচাৰী জনক কামৰ পৰা উলিয়াই দিয়াৰ লগতে নতুন কৰ্মচাৰী নিয়োগ কৰাত প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে ইউনাইটেড এণ্টাৰপ্ৰাইজ দায়িত্বত থকা কৰ্মকর্তাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে দৰমহা আদায়ৰ দাবীত এক স্মৰকপত্ৰও প্ৰেৰণ কৰে। এই ক্ষেত্ৰত ইউনাইটেড এণ্টাৰপ্ৰাইজে বিল উঠোৱাৰ পিছতো নিজৰ প্ৰাপ্য দৰমহা বিচাৰিলেও মিটাৰ ৰিডাৰক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিয়া হয় বুলিও অভিযোগ কৰে। লগতে মিটাৰ ৰিডাৰে দিয়া ৰিডিংৰ পৰিৱৰ্তে ইউনাইটেড এণ্টাৰপ্ৰাইজৰ কৰ্মকর্তাই অধিক ৰিডিং দি বিল বনোৱাৰ গুৰুতৰ অভিযোগ তুলিছে মিটাৰ ৰিডাৰে। এই কৰ্মচাৰী সকলক প্ৰাপ্য দৰমহা আদায় নিদিলে বিদ্যুৎৰ বিল বিতৰণ নকৰাৰ লগতে নতুন কৰ্মচাৰী নিয়োগ কৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি ভাবুকি দিয়ে।

(Special Package Story)Conclusion:slug: as_jania_2sep_meter_reader_protest_for_salary_vis3+byt4+ph1_spl_pkg_story_asc10058

Byte: মিটাৰ ৰিডাৰ আৰু ইউনাইটেড এণ্টাৰপ্ৰাইজৰ কৰ্মকৰ্তাৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

(Special Package Story)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.