ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বৃহস্পতিবাৰে সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সদস্য সকলে অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ বৰপেটা জিলা সমিতিৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

author img

By

Published : Jul 30, 2020, 6:17 PM IST

MASSIVE PROTEST IN ASSAM BARPETA
অখিল গগৈৰ মুক্তিৰ দাবীত সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বৰপেটা, 30 জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অনতিপলমে কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷

বৃহস্পতিবাৰে পুনৰ জিলাখনৰ সৰুক্ষেত্ৰীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ সদস্য সকলে অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ বৰপেটা জিলা সমিতিৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

প্ৰতিবাদকাৰী ৰাইজৰ দাবী অনুসৰি,অখিল গগৈৰ লগতে দেবাংগনা কলিতাসহ সকলো ‘কা’ বিৰোধী কাৰাবন্দীক সু-চিকিৎসা প্ৰদান কৰা আৰু বিনাচৰ্তে মুক্তিৰ দাবীত সৰুক্ষেত্ৰীৰ লক্ষ্মী বজাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷ লগতে,চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সকলো কাৰাবন্দীক মুকলি কৰি দিয়াৰ পোষকতা কৰিছে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক : শিমলুগুৰিত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.