ETV Bharat / state

বৰপেটাৰ হাউলীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ - বৰপেটাৰ হাউলী ইটাৰভিঠা গাঁও

বৰপেটা হাউলীৰ সমীপৰ ইটাৰভিঠা গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ জৰাজীৰ্ণ কাঠৰ দলঙক লৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷

weak bridge barpeta
হাউলীত জৰাজীৰ্ণ কাঠৰ দলং
author img

By

Published : Dec 4, 2019, 11:37 PM IST

বৰপেটা, ৪ ডিচেম্বৰঃ বৰপেটাৰ হাউলীৰ সমীপৰ ইটাৰভিঠা গাঁৱৰ জৰাজীৰ্ণ কাঠৰ দলঙক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷ মৰাপাট গুডামৰ পৰা মৰাপাট কঢ়িয়াবলৈ ১২ আৰু 16 চকীয়া ট্ৰাক অহা-যোৱা কৰাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷ গাঁৱখনৰ গড়কপ্তানী পথৰ ওপৰত থকা দলং খন অতি জৰাজীৰ্ণ হোৱা বাবে বিভাগীয় কৰ্তৃপক্ষই গধুৰ যান-বাহন চলাচলৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ জাননী ফলকৰ প্ৰতি কোনো ধৰণৰ কেৰেপ নকৰি দৈনিক পাৰ হয় মালভৰ্তি ট্ৰাক । যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ।

বৰপেটা হাউলীৰ জৰাজীৰ্ণ কাঠৰ দলং

ইফালে দলংখন পকীকৰণ কৰাৰ বাবে জনপ্ৰতিনিধিক আবেদন কৰাৰ পাছতো বৰ্তমানলৈ পকীকৰণ হোৱা নাই বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে ইটাৰভিঠা গাঁৱৰ ৰাইজ ৷ উল্লেখ্য যে ইটাৰভিঠা গাঁৱৰ জলাশয়ৰ ওপৰত থকা এই কাঠৰ দলংখনৰ ওপৰৰে চলাচল কৰে কদমগুৰি, বৰবালা, ইটাৰভিটা আদি কেইবাখনো গাঁৱৰ ৰাইজ । অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক দলংখন মেৰামতি কৰিবলৈ দাবী স্থানীয় ৰাইজৰ ।

আৰু পঢ়কঃ কৰিমগঞ্জ আৰু জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

Intro:
বৰপেটা, ৪ ডিচেম্বৰঃ বৰপেটাৰ হাউলীৰ সমীপৰ ইটাৰভিঠা গাৱৰ জৰাজীৰ্ন কাঠৰ দলঙৰ ওপৰেৰে গধুৰ যানবাহন চলাতলক লৈ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ মৰাপাট গুডামৰ পৰা মৰাপাট কঢ়িয়াবলৈ ১২ আৰু ষোল্লচকীয়া চকীয়া ট্ৰাক অহা যোৱা কৰাকলৈ হাউলীৰ ইটাৰভিটা গাৱৰ ৰাইজে গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । Body:গাওখনৰ গড়কপ্তানী পথৰ ওপৰত থকা দলং খন অতি জৰাজীৰ্ন হোৱাত বিভাগীয় কৰ্তৃ পক্ষই গধুৰ যান বাহন চলাচলৰ নিষেধাজ্ঞা জাৰি কৰি দলংৰ কাষত আৰি দিছে ফলক । কিন্তু ইয়াৰ পাছতো বিভাগীয় কতৃপক্ষৰ জাননী ফলকৰ প্ৰতি কোনো কেৰেপ নকৰি দৈনিক পাৰাপাৰ কৰে মালভৰ্তি ট্ৰাক । যাৰবাবেই প্ৰতিবাদ সাৱ্যস্ত কৰিছে স্থানীয় ৰাইজে। ইফালে দলংখন পকীকৰণ কৰাৰ বাবে জনপ্ৰতিনিধিক বাৰে বাৰে আবেদন নিবেদন কৰি অহাৰ পাছতো আজিলৈকে পকীকৰণ নহ'ল সেই দলঙখন । ফলত বহু অসুবিধাৰে চলাচল কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। উল্লেখ্য যে বৰপেটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ইটাৰভিটা গাওৰ জলাশয়ৰ ওপৰত থকা এই কাঠৰ দলংখনৰ ওপৰৰে চলাচল কৰে কদমগুৰি , বৰবালা, ইটাৰভিটা আদি কেইবাখনো গাওৰ ৰাইজে । অতি সোনকালে বিভাগীয় কতৃপক্ষক দলংখন মৰামতি কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Conclusion:বাইটঃ স্থানীয় লোক ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.