ETV Bharat / state

কলগাছিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

author img

By

Published : Jun 1, 2019, 11:39 PM IST

কলগাছিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন মহম্মদ সোণা উল্লাহক বিনা চৰ্তে মুকলি কৰাৰ লগতে অতি সোনকালে সীমান্ত আৰক্ষীৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী প্ৰতিবাদকাৰীসকল ৷

etv bharat

কলগাছিয়া, 1 মে’: শনিবাৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া মহম্মদ সোণা উল্লাহক বিনা চৰ্তে মুকলি কৰাৰ দাবীত প্ৰতিবাদত উত্তাল হৈ পৰিল কলগাছিয়াৰ ৰাজপথ ৷ বৈধ নথি পত্ৰ থকাৰ স্বত্বেও বিদেশী ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্দি কৰি ৰখা হৈছে প্ৰাক্তন সেনা বিষয়া গৰাকীক ৷ শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

কলগাছিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ইয়াৰোপৰিও, প্ৰাক্তন সেনা বিষয়া মহম্মদ সোণা উল্লাহক বিনাচৰ্তে মুকলি কৰাৰ লগতে সীমান্ত আৰক্ষীৰ মইমতালি বন্ধ কৰা দাবী প্ৰতিবাদকাৰীয়ে ৷ সীমান্ত আৰক্ষীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই সোণাউল্লাহৰ দৰে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বিদেশী ন্যায়াধীকৰনত হাজিৰা দি দি যমৰ যাতনা সহ্য কৰিব লগা হৈছে । গতিকে, অতি সোনকালে সীমান্ত আৰক্ষীৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

Intro:slug: as_jania_1jun_effigy_burnt_vis2+byt2+pho1_asc10058

জনীয়া, ১ জুন:কলগাছিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন ম: সোনাউল্লাক বিদেশী ঘোষণা কৰি ডিটেশ্যন কেম্পত প্রেৰণ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ।Body:slug: as_jania_1jun_effigy_burnt_vis2+byt2+pho1_asc10058

বৰপেটা জিলাৰ কলগাছিয়াত আজি সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰা হয়। প্ৰতিকৃতি দাহ কৰে কলগাছিয়া ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া ম: সোণাউল্লাহৰ লগতে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ বৈধ নথি পত্ৰ থকা সত্বেও ভাৰতীয় নাগৰিকক একপক্ষীয়ভাৱে বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখাৰ প্ৰতিবাদত আজি কলগাছিয়া ছাত্ৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। মঃ সোণাউল্লাহক বিনাচৰ্তে মুকলি কৰাৰ লগতে সীমান্ত আৰক্ষীৰ মইমতালি বন্ধ কৰাৰ দাবী জনোৱা হয়। সীমান্ত আৰক্ষীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই সোণাউল্লাহৰ দৰে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বিদেশী ন্যায়াধীকৰনত হাজিৰা দি দি যমৰ যাতনা সহ্য কৰিব লগা হৈছে। গতিকে অতি সোনকালে সীমান্ত আৰক্ষীৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে।Conclusion:slug: as_jania_1jun_effigy_burnt_vis2+byt2+pho1_asc10058

বাইট: ছাত্ৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.