ETV Bharat / state

কলগাছিয়াৰ লাংলাত পথ দুৰ্ঘটনা - কলগাছিয়া

লাংলাৰ বি বি কলেজৰ সন্মুখৰ ঘাইপথত সংঘটিত দুৰ্ঘটনাত দুগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত ৷ উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ ৷

etv bharat
author img

By

Published : Jun 14, 2019, 2:54 AM IST

জনীয়া, 14 জুন: জনীয়া সমষ্টিৰ বাৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত লাংলাত সংঘটিত হয় পথ দুৰ্ঘটনা । কলগাছিয়াৰ পৰা বৰটাৰী অভিমুখে যোৱা AS-15 C - 6302 নম্বৰৰ বাছগাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এগৰাকী মটৰচাইকেল আৰোহীক খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ লাংলাৰ বি বি কলেজৰ সন্মুখৰ ঘাইপথত সংঘটিত দুৰ্ঘটনাত দুগৰাকী ব্যক্তি গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত লোক দুজনক স্থানীয় ৰাইজে ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালৈ লৈ যায় যদিও চিকিৎসকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । আহত ব্যক্তিদুগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও দুয়োগৰাকী জনীয়া সমষ্টিৰ ইউছুবপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাকালিয়াপৰা পাৰাৰ বুলি জানিব পৰা গৈছে ৷

কলগাছিয়াৰ লাংলাত পথ দুৰ্ঘটনা

ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে AS-15 C - 6302 নম্বৰৰ বাছৰ চালকগৰাকী ৷

Intro:slug: as_jania_13jun_jania_accident_vis3_asc10058

জনীয়া, 13 জুন: কলগাছিয়াৰ লাংলাত ভয়াবহ পথ দুৰ্ঘটনা। আহত দুজন এজনৰ অৱস্থা সংকটজনক। লগে লগে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ।Body:slug: as_jania_13jun_jania_accident_vis3_asc10058

জনীয়া সমষ্ঠিৰ বাৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত লাংলা বি বি কলেজৰ সন্মুখত ৰাজ্যিক ঘাইপথত দুৰ্ঘটনা সংগঠিত হয়। কলগাছিয়াৰ পৰা বৰটাৰী অভিমুখে যোৱা AS-15 C - 6302 নম্বৰৰ বাছগাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই মটৰচাইকেল আৰোহিক খুন্দিয়াই বাছৰ ড্ৰাইবাৰে তাৰপৰা পলায়ন কৰে। ৰাইজে ততাতৈয়াকৈ দুৰ্ঘটনাগ্ৰস্ত লোক দুজনক নিকটৱৰ্তী চিকিৎসালৈ লৈ যায় যদি ডাক্তৰে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ব্যক্তি দুজনৰ পৰিচয় এতিয়ালৈ জানিবপৰা হোৱানাই যদিও জনীয়া সমষ্টিৰ ইউছুবপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাকালিয়াপৰা পাৰাৰ বুলি জানিব পৰা গৈছে।
Conclusion:slug: as_jania_13jun_jania_accident_vis3_asc10058

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.