ETV Bharat / state

কলগাছিয়াত বাঢ়িছে ক'ভিডৰ সংক্ৰমণ - ASSAM COVID UPDATE

যোৱা ১০ এপ্ৰিলৰ ১৫ মে'লৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ২০০ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী ধৰা পৰিছে । ইয়াৰে ৮৬ গৰাকী ৰোগী চিকিৎসা লাভ কৰি সুস্থ হৈ ঘৰলৈ উভতিছে । আনহাতে, ৬০ গৰাকী হোম আইচ'লেচনত থকাৰ বিপৰীতে ৪১ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু এগৰাকী ৰোগীৰ মৃত্যু হৈছে ।

KALGACHIA COVID
কলগাছিয়াত বাঢ়িছে ক'ভিডৰ সংক্ৰমণ
author img

By

Published : May 20, 2021, 6:11 PM IST

কলগাছিয়া,২০ মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বৰপেটা জিলাৰ কলগাছিয়াতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । যোৱা ১০ এপ্ৰিলৰ ১৫ মে'লৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ২২০ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী ধৰা পৰিছে ।

ইয়াৰে ৮৬ গৰাকী ৰোগী চিকিৎসা লাভ কৰি সুস্থ হৈ ঘৰলৈ উভতিছে । আনহাতে, ৬০ গৰাকী হোম আইচ'লেচনত থকাৰ বিপৰীতে ৪১ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু এগৰাকী ৰোগীৰ মৃত্যু হৈছে বুলি বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলমে জানিবলৈ দিয়ে ।

কলগাছিয়াত বাঢ়িছে ক'ভিডৰ সংক্ৰমণ

ইফালে এতিয়াও কিন্তু বহু লোক সজাগ হোৱা নাই । চৰকাৰৰ নিৰ্দেশনা সঠিকভাৱে পালন নকৰাৰ বাবেই এনেদৰে জিলাখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা বুলিও জনাইছে অধীক্ষক গৰাকীয়ে । জিলাখনৰ লগতে সমগ্ৰ কলগাছিয়া অঞ্চলৰ ৰাইজে যাতে কৰ'ণা প্ৰতিৰোধৰ বাবে সকলো নীতি-নিৰ্দেশনা পালন কৰে তাৰ বাবে আহ্বান জনাইছে অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত 6 জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.