ETV Bharat / state

জুবিনৰ মন পৰশা গীতেৰে মন্ত্ৰমুগ্ধ পাঠশালাবাসী

কোনো বিতৰ্কিত মন্তব্যৰ বিপৰীতে মাথো সুমধুৰ গীত পৰিৱেশন কৰিলে হাৰ্থ্ৰৱ জুবিনে ৷ পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে বৰষুণৰ পানী নপৰা সকলো ব্যবস্থা কৰিছিল যদিও জুবিন গাৰ্গে বৰষুণত তিতি গীত পৰিৱেশন কৰে পাঠশালাত ৷

author img

By

Published : May 1, 2019, 5:16 PM IST

জুবিনৰ মন পৰশা গীতেৰে মন্ত্ৰমুগ্ধ পাঠশালাবাসী

বৰপেটা, 01 এপ্ৰিলঃ মঙলবাৰে পাঠশালাত পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে 39 সংখ্যক ৰঙালী বিহু উদযাপন কৰে ৷ পাঠশালা বিহু অনুষ্ঠানত এক অন্য ৰূপত দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গক ৷ বিতৰ্কিত মন্তব্য নহয় সুমধুৰ কেৱল গীত পৰিৱেশন কৰিলে হাৰ্থ্ৰৱ জুবিনে ৷

জুবিনৰ মন পৰশা গীতেৰে মন্ত্ৰমুগ্ধ পাঠশালাবাসী

প্ৰবল বৰষুণেও পাঠশালাবাসীৰ বিহুৰ মাদকতা কমাব নোৱাৰিলে ৷ হঠাৎ মঞ্চৰ আগফালে আহি পাঠশালাত ধাৰাষাৰ বৰষুণত তিতি গীত পৰিৱেশন কৰিলে জুবিনে ৷ সহযোগীয়ে ছাতি দিবলৈ আহোতে অগ্ৰাহ্য কৰিলে জুবিনে ৷ ইপিনে জুবিনৰ স'তে অনুৰাগী সকলেও তালে তালে বৰষুণত তিতি জুবিনৰ গীতত নৃত্য পৰিৱেশন কৰে ৷

Slug: as_bar_1may_zubeen_at_pathchala_vis_7203841
জুবিনৰ এটাৰ পিছত এটাকৈ মন্ পৰশা গীতেৰে পাঠশালা বাসীক মন্ত্ৰমুগ্ধ ll
বৰপেটা ১ মে: পাঠশালা ৰঙালী বিহু সন্মিলনী এ কালি উদ যাপন কৰে 39 সংখ্যক ৰঙালী বিহু l কালি পাঠশালা ত  এক অনন্য ৰূপত  দেখিবলৈ পোৱা জুবিন ক l কোনো চঞ্চলতা অাৰু মন্তব্য ৰ বিপৰীতে মাথো   সুমধুৰ গীত গাই যায় l
প্ৰবল বৰষুন এ বিহুৰ মাদকতা কমাব পৰা নাছিল কাৰোৰে l হঠাৎ মঞ্চৰ আগফালে আহি পাঠশালা ত ধাৰাষাৰ বৰষুন ত তিতি তিতি জুবিনৰ গাণ lllসহযোগী এ ছাতি দিৱলৈ আহোঁতে ও অগ্ৰাহ্য জুবিনৰ ll লগে লগে দৌৰি আহি 
জুবিনৰ সতে অনুৰাগী এ ও তালে তালে নাছিলে বৰষুণত ll
মঞ্চত বৰষুনত তিতা কাপোৰ সলনি কৰি পুনৰ ন উদ্যমেৰে  গীত পৰিবেশন কৰিছিল জুবিনে ll
তাৰ পিছতো পুনৰ বৰষুণৰ সান্নিধ্যত জুবিন ll

পাঠশালা ৰঙালী বিহু সন্মিলনী এ বৰষুণৰ পানী নপৰা সকলো ব্যবস্থা কৰিছিল ll
নাই কোনো ভাগৰ, মাথো সংগীত ll
এটাৰ পিছত এটাকৈ মন্ পৰশা গীতেৰে পাঠশালা বাসীক মন্ত্ৰমুগ্ধ ll
শেষত য়া আলি গাণৰ তালে তালে জুবিনৰ নাছ ll গানটো ত তেওঁ ইমাণ বেছি জপিয়াই থাকিল যে মুখেৰে কব নিবিচাৰিলেও বুজাই দিলে যে সঁচাকৈ এ হিমন্ত ই জুবিন দেখি এ জপিয়াব শিকিছে l
--- বাপকন দাস, বৰপেটা
ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.