- সোমবাৰে বিয়লি কলগাছিয়াৰ কালামপুৰত অঘটন
- কালামপুৰৰ পৰা চৰ কালামপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত এখন টুলুঙা নাওঁ
- বিয়লি হঠাৎ উঠি অহা ধুমুহাৰ বাবেই বেকী নৈত ডুব যায় নাওঁখন
- নাওঁত থকা ১১ জনৰ ৬ জন সাঁতুৰি প্ৰাণ ৰক্ষা
- তিনি গৰাকী শিশুসহ মুঠ ৫ গৰাকী নিৰুদ্দেশ
- ৰাইজৰ ফালৰ পৰা চলাই আছে উদ্ধাৰ অভিযান
- নিৰুদ্দিষ্ট কেইজন হ'ল আব্দুল ছামাদ,চায়েদ আলী,একৰাবুল হুছেইন,ছানিয়াৰা খাতুন আৰু নাৰ্গিচ আকতা
জনীয়াৰ বেকী নৈত ডুব গ'ল যাত্ৰীবাহী নাওঁ
ঈদৰ দিনা বিয়লি কলগাছিয়াৰ কালামপুৰত হঠাৎ অহা ধুমুহাৰ বাবেই বেকী নৈত ডুব যায় যাত্ৰীৰে সৈতে এখন টুলুঙা নাওঁ
জনীয়াৰ বেকী নৈত ডুব গ'ল যাত্ৰীবাহী নাওঁ
- সোমবাৰে বিয়লি কলগাছিয়াৰ কালামপুৰত অঘটন
- কালামপুৰৰ পৰা চৰ কালামপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত এখন টুলুঙা নাওঁ
- বিয়লি হঠাৎ উঠি অহা ধুমুহাৰ বাবেই বেকী নৈত ডুব যায় নাওঁখন
- নাওঁত থকা ১১ জনৰ ৬ জন সাঁতুৰি প্ৰাণ ৰক্ষা
- তিনি গৰাকী শিশুসহ মুঠ ৫ গৰাকী নিৰুদ্দেশ
- ৰাইজৰ ফালৰ পৰা চলাই আছে উদ্ধাৰ অভিযান
- নিৰুদ্দিষ্ট কেইজন হ'ল আব্দুল ছামাদ,চায়েদ আলী,একৰাবুল হুছেইন,ছানিয়াৰা খাতুন আৰু নাৰ্গিচ আকতা
Intro:Body:*Breaking Jania*
as_jania_12aug_phot1_breaking_asc10058
👉 ঈদৰ দিনা আবেলি কলগাছিয়াৰ কালামপুৰত অঘটন।
👉 কালামপুৰৰ পৰা চৰ কালামপুৰলৈ গৈ থকা অৱস্থাত টুলুঙা নাওঁ দুৰ্ঘটনাত পতিত।
👉 আবেলি হঠাৎ উঠি অহা ধুমুহাৰ বাবেই বেকী নৈত ডুব যায় নাওঁখন।
👉 নাওঁত থকা ১১ জনৰ ৬ জন সাঁতুৰী পাৰ হয় যদিও তিনি গৰাকী শিশু সহ মুঠ ৫ গৰাকী নিৰুদ্দেশ।
👉 ৰাইজৰ ফালৰ পৰা চলাই আছে উদ্ধাৰ অভিযান।
👉 নিৰুদ্দিষ্ট কেইজন হল- আব্দুল ছামাদ (৫০), চায়েদ আলী (৪৮), একৰাবুল হুছেইন (৭), ছানিয়াৰা খাতুন (৪) আৰু নাৰগীচ আকতাৰ (৭)।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।Conclusion:

Last Updated : Aug 12, 2019, 11:30 PM IST